অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

14 Aug 2022

General Knowledge & History Question for Assam Direct recruitment

General Knowledge & History Question for Assam Direct recruitment

1) পথৰুঘাটৰ ৰণ হোৱা ঠাই খনৰ নাম কি?

Answer : Darang(1894)

 

) ভাৰতৰ নোবেল বঁটা কোনে প্ৰথমে লাভ কৰিছিল ?

Answer : Rabindra Nath Tagore

 

) আহোমে মোগলত কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল?

Answer :1671

 

) মেৰী কমে অলিম্পিকত কেইটা পদক পাইছিল?

Answer : 1(2012)

 

) বৰদলৈ ট্ৰফী কি খেলৰ লগত জড়িত?

Answer : Football

 

)২০২২ বিশ্বকাপ ফুটবল কত '?

Answer : FIFA World Cup Qatar 2022

 

) 56 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে ?

Answer : Nilamoni Phukan

 

) কলীয়া ভোমোৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছে?

Answer : Sonitpur To Nagaon

 

) অসমত লোক সভাৰ আসন কিমান?

Answer :14

 

১০) ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন?

Answer : RabindraNath Tagore


Related:



১১) ”হালধীয়া চৰায়ে বাওধান খায়" গ্ৰন্থৰ লেখক কোন?

Answer : Homen Borgohain

 

১২) ভাৰতীয় সেনাৰ ( INA) শ্লোগানটো কি?

Answer : Jai Hind

 

১৩) সতী সাধনী কোন বংশৰ আছিল?

Answer : Chutia Dynasty Last Queen

 

১৪) তলৰ কোনখন জিলা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ হয়-

Answer : Golaghat

 

১৫) বিশ্ব স্বাস্হ্য সংস্হা(WHO) মূখ্য কাৰ্য্যালয় ' আছে?

Answer : Geneva(1948)

 

১৬) "আনন্দমঠ" লেখক কোন আছিল?

Answer : Bonkim Chandra Chattergy

 

১৭) নামঘোষাৰ ৰচক কোন ?

Answer : Madhabdeva

 

১৮) ১৯৩৫ চনত মুক্তি লাভ কৰা জয়মতী ছবিৰ পৰিচালক জন কোন?

Answer : Jyoti Prasad Agarwala

 

১৯) সবৰমতী আশ্ৰম কত আছে?

Answer : Gujarat

 

২০) ‍তলৰ কোনবিধক Golden Silk বুলি কোৱা হয়?

Answer : Muga

 

২১) উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়?

Answer : Shiva Puja(Godadhar Singh)

 

২২) ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল?

Answer : 1885

 

২৩) অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল?

Answer : 1985

 

২৪) গাৰো,খাচী,জয়ন্তীয়া লোক সকল প্ৰধানকৈ তলৰ কোনখন ৰাজ্যত পোৱা যায়?

Answer : Meghalaya

 

২৫) অৰুণাচল প্ৰদেশৰ ৰাজধানী কি?

Answer : Itanagar

 

২৬) এক মিলিয়লত কিমান ?

Answer : 10 Lakh(10,00,000)

 

 

২৭) তলৰ কোনবিধ তৰল ধাতু?

Answer : Para

 

২৮) Hand Sensitizer- তলৰকোনবিধ কি দ্ৰৱ ব্যৱহাৰ কৰা হয়?

Answer : Alchol

 

২৯) এখন থানাৰ OC জন কি Rank ' পাৰে?

Answer : Sub-Inspector

 

৩০) মায়ামৰা সত্ৰৰ লগত জড়িত ব্যক্তিগৰাকী কোন?

Answer : AnirudhraDeva

 

৩১) শেহতীয়াকৈ ' অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল?

Answer : Tokyo

 

৩২) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন?

Answer : Asia

 

৩৩) ভাৰতৰ উচ্চ ন্যায়ালয় ' আছে?

Answer : New Delhi

 

৩৪) কোন চনত অসমৰ ডাঙৰ ভূমিকম্প হৈছিল?

Answer : 1950

 

৩৫) বাণীকান্ত কাকতিদেৱ আছিল এগৰাকী-

Answer : Literature

 

৩৬) ইয়ান্দাবু সন্ধি কেতিয়া হৈছিল?

Answer : 1826

 

৩৭) অসম কেশৰী কোন?

Answer : AmbikaGiri RaiChoudhery

 

৩৮)ৰামায়ণ লেখক কোন?

Answer : Balmiki

 

৩৯)তলৰ কোন খন আহোম সকলৰ স্মৃতি স্থান?

Answer : Rongpur/Sivasagar

 

৪০)হেমকোষ হল এখন?

Answer : Dictonary


Part 2Part 3