অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

11 Aug 2022

Full list of India’s medal winners at Commonwealth Games 2022

Full list of India’s medal winners at Commonwealth Games 2022

The Commonwealth Games 2020 was an international multi-sport event for members of the Commonwealth of Nations took place in Birmingham, England from 28 July to 8 August 2022.


The Games was the largest ever held, with 72 participating nations. The games were the first to have more events for women than men.


India won 22 gold, 16 silver and 23 bronze medals to record its fifth-best medal haul in CWG history. Here is a look at the full Indian medal winners list from Commonwealth Games 2022:

Full list of India’s medal winners at Commonwealth Games 2022

ভাৰতে 22 টা স্বৰ্ণ, 16 টা ৰূপ আৰু 23 টা ব্ৰঞ্জৰ, মুঠ 61 টা পদক জিকি কমনৱেলথ গেমছৰ ইতিহাসত ইয়াৰ পঞ্চম শ্ৰেষ্ঠ পদক অৰ্জন কৰে। 

 

Full list of India’s medal winners at Commonwealth Games 2022

Gold medal winners for India in Commonwealth Games 2022

  • ) সোণৰ পদকপিভি সিন্ধুবেডমিণ্টন মহিলা ছিংগলছ 
  • ) সোণৰ পদকলক্ষ্য সেনবেডমিণ্টন পুৰুষৰ ছিংগলছ
  • ) সোণৰ পদকনিখাত জাৰিনবক্সিং মহিলাৰ লাইট ফ্লাইৱেট
  • ) সোণৰ পদকভিনেশ গাটমল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৫৩ কি:গ্ৰা:
  • ) সোণৰ পদকৰবি কুমাৰ দাহিয়া  মল্লযুঁজ  পুৰুষৰ ফ্ৰীষ্টাইল ৫৭ কি:গ্ৰা:
  • ) সোণৰ পদকনবীনমল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৭৪ কি:গ্ৰা:
  • ) সোণৰ পদকশৰৎ কমলটেবুল টেনিছ পুৰুষৰ ছিংগলছ
  • ) সোণৰ পদকনীতু গাংহাছবক্সিং নিম্নতম ওজন
  • ) সোণৰ পদকঅমিত পাংগলবক্সিং ফ্লাইৱেট
  • ১০) সোণৰ পদকবজৰং পুনিয়ামল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কি:গ্ৰা:
  • ১১) সোণৰ পদকসাক্ষী মালিকমল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৬২ কি:গ্ৰা:
  • ১২) সোণৰ পদকদীপক পুনিয়ামল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৮৬কি:গ্ৰা:
  • ১৩) সোণৰ পদকমীৰাবাই চানুভাৰোত্তোলন মহিলাৰ ৪৯ কি:গ্ৰা:
  • ১৪) সোণৰ পদকজেৰেমি লালৰিনুঙ্গাভাৰোত্তোলন পুৰুষৰ ৬৭ কি:গ্ৰা:
  • ১৫) সোণৰ পদকঅচিন্ত্য শিউলীভাৰোত্তোলন পুৰুষৰ ৭৩ কি:গ্ৰা:
  • ১৬) সোণৰ পদকলাভলী চৌবে, পিঙ্কি, নয়নমণি শইকীয়া, ৰূপা ৰাণী তিৰ্কীলন বল মহিলা শাখা
  • ১৭) সোণৰ পদকশৰৎ কমল, জি সাথিয়ান, হৰমিত দেশাই, সানিল চেঠীটেবুল টেনিছ পুৰুষ দল
  • ১৮) সোণৰ পদকসুধীৰপেৰা পাৱাৰ লিফটিং পুৰুষৰ হেভিৱেট
  • ১৯) সোণৰ পদকভবিনা পেটেলমহিলা ছিংগলছ ক্লাচেছ -
  • ২০) সোণৰ পদকএলডহ পলপুৰুষৰ ট্ৰিপল জাম্প
  • ২১) সোণৰ পদকশৰৎ কমল, শ্ৰীজা আকুলাটেবুল টেনিছ মিক্সড ডাবলছ
  • ২২) সোণৰ পদকসাত্ত্বিক সাইৰাজ ৰঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীবেডমিণ্টন পুৰুষৰ ডাবলছ্

 

Silver medal winners for India in Commonwealth Games 2022

  • ২৩) ৰূপৰ পদকভাৰতীয় পুৰুষ হকী দল
  • ২৪) ৰূপৰ পদকভাৰতীয় মহিলা ক্ৰিকেট দল
  • ২৫) ৰূপৰ পদকঅংশু মালিকমল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কি:গ্ৰা:
  • ২৬) ৰূপৰ পদকমুৰলী শ্ৰীশংকৰপুৰুষৰ লং জাম্প
  • ২৭) ৰূপৰ পদক-  কিদাম্বি শ্ৰীকান্ত, সাত্ত্বিক সাইৰাজ, সুমিথ ৰেড্ডী, লক্ষ্য সেন, চিৰাগ চেট্টী, ত্ৰিসা জলি, আকাশী কাশ্যপ, অশ্বিনী পোন্নাপ্পা, গায়ত্ৰী গোপীচান্দ, পি ভি সিন্ধুবেডমিণ্টন মিক্সড টিম ইভেণ্ট
  • ২৮) ৰূপৰ পদকশৰৎ কমল, জি সাথিয়ানটেবুল টেনিছ মিক্সড ডাবলছ
  • ২৯) ৰূপৰ পদকবিকাশ ঠাকুৰভাৰোত্তোলন পুৰুষৰ ৯৬ কি:গ্ৰা:
  • ৩০) ৰূপৰ পদকসুশীলা দেৱী লিকমাবামজুডো মহিলাৰ ৪৮ কি:গ্ৰা:
  • ৩১) ৰূপৰ পদকবিন্দাৰাণী দেৱীভাৰোত্তোলন মহিলাৰ ৫৫ কি:গ্ৰা:
  • ৩২) ৰূপৰ পদকতুলিকা মানজুডো মহিলাৰ +৭৮ কি:গ্ৰা:
  • ৩৩) ৰূপৰ পদকসংকেত ছাৰ্গাৰভাৰোত্তোলন পুৰুষৰ৫৫ কি:গ্ৰা:
  • ৩৪) ৰূপৰ পদকঅবিনাশ চেবলেপুৰুষৰ ,০০০ মিটাৰ ষ্টিপলচেজ
  • ৩৫) ৰূপৰ পদকপ্ৰিয়ংকা গোস্বামীমহিলাৰ 1১০ কিলোমিটাৰ ৰেচ ৱাক
  • ৩৬) ৰূপৰ পদকদিনেশ কুমাৰ, চন্দন কুমাৰ সিং, সুনীল বাহাদুৰ, নৱনীত সিংলন বল পুৰুষৰ দলৰ ইভেন্ট
  • ৩৭)ৰূপৰ পদকআব্দুল্লাহ আবুবকাৰপুৰুষৰ ট্ৰিপল জাম্প
  • ৩৮) ৰূপৰ পদকসাগৰ আহলাওৱতবক্সিং পুৰুষৰ চুপাৰ হেভিৱেট


Bronze medal winners for India in Commonwealth Games 2022

  • ৩৯) ব্ৰঞ্জৰ পদকগুৰুৰাজা পূজাৰীভাৰোত্তোলন পুৰুষৰ ৬১ কি:গ্ৰা:
  • ৪০) ব্ৰঞ্জৰ পদকবিজয় কুমাৰ যাদৱজুডো পুৰুষৰ ৬০ কি:গ্ৰা:
  • ৪১) ব্ৰঞ্জৰ পদকহৰজিন্দৰ কৌৰভাৰোত্তোলন মহিলাৰ ৭১ কি:গ্ৰা:
  • ৪২) ব্ৰঞ্জৰ পদকলাভপ্ৰীত সিংভাৰোত্তোলন পুৰুষৰ ১০৯ কি:গ্ৰা:
  • ৪৩) ব্ৰঞ্জৰ পদকসৌৰভ ঘোষালস্কোয়াছ পুৰুষৰ ছিংগলছ
  • ৪৪) ব্ৰঞ্জৰ পদকগুৰদীপ সিংভাৰোত্তোলন পুৰুষৰ ১০৯ কি:গ্ৰা:+
  • ৪৫) ব্ৰঞ্জৰ পদকতেজস্বিন শংকৰপুৰুষৰ হাই জাম্প
  • ৪৬) ব্ৰঞ্জৰ পদকদিব্যা কাক্ৰনমল্লযুঁজ মহিলাৰ ৬৮ কি:গ্ৰা:
  • ৪৭) ব্ৰঞ্জৰ পদকমোহিত গ্ৰেৱালমল্লযুঁজ পুৰুষৰ ১২৫ কি:গ্ৰা:
  • ৪৮) ব্ৰঞ্জৰ পদকজেচমিনবক্সিং মহিলাৰ লাইটৱেট ৬০ কি:গ্ৰা:
  • ৪৯) ব্ৰঞ্জৰ পদকপূজা গেহলটমল্লযুঁজ ফ্ৰীষ্টাইল মহিলাৰ ৫৭=0 কি:গ্ৰা:
  • ৫০) ব্ৰঞ্জৰ পদকপূজা সেহাগমল্লযুঁজ ফ্ৰীষ্টাইল মহিলাৰ ৭৬ কি:গ্ৰা:
  • ৫১) ব্ৰঞ্জৰ পদকহুচামুদ্দিনপুৰুষৰ বক্সিং ফেডাৰৱেট
  • ৫২) ব্ৰঞ্জৰ পদকদীপক নেহৰামল্লযুঁজ ফ্ৰীষ্টাইল পুৰুষৰ ৯৭ কি:গ্ৰা:
  • ৫৩) ব্ৰঞ্জৰ পদকসোনালবেন পেটেলপেৰা টেবল টেনিছ মহিলা ছিংগলছ ক্লাছ -
  • ৫৪) ব্ৰঞ্জৰ পদকৰোহিত টোকাছবক্সিং পুৰুষৰ ৱেলটাৰৱেট ৬৭ কি:গ্ৰা:
  • ৫৫) ব্ৰঞ্জৰ পদকভাৰতীয় মহিলা হকী দল
  • ৫৬) ব্ৰঞ্জৰ পদকসন্দীপ কুমাৰপুৰুষৰ ১০,০০০ মিটাৰ ৰেচ ৱাক
  • ৫৭) ব্ৰঞ্জৰ পদকআন্নু ৰাণীমহিলাৰ জেভেলিন থ্ৰো
  • ৫৮) ব্ৰঞ্জৰ পদকসৌৰভ ঘোষাল আৰু দীপিকা পালিক্কালস্কোয়াছ মিক্সড ডাবলছ
  • ৫৯) ব্ৰঞ্জৰ পদককিদাম্বি শ্ৰীকান্তবেডমিণ্টন পুৰুষৰ ছিংগলছ
  • ৬০) ব্ৰঞ্জৰ পদকগায়ত্ৰী গোপীচান্দ, বৃক্ষ জলিবেডমিণ্টন মহিলাৰ ডাবলছ
  • ৬১) ব্ৰঞ্জৰ পদকজি সাথিয়ানটেবুল টেনিছ পুৰুষৰ ছিংগলছ