অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

20 Aug 2022

Best Wishes & Rules for Assam Direct Recruitment

কাইলৈ ৰাজ্যত অনুষ্ঠিত ' চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাকঠোৰ নীতি নিৰ্দেশনা আৰু নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰাজ্যত চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত '

Rules for Assam Direct Recruitment

আমাৰ www.theJobinAssam.in ৰ ফালৰ পৰা আমাৰ সমূহ সদস্য সকলক আগতীয়াকৈ পৰীক্ষাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আশা কৰো যাতে সকলোৰে পৰীক্ষা ভাল হয়।

 

পৰীক্ষা দিবলৈ যোৱাৰ আগত জানি লওক এইকেইটা কথা….

  • পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ বজাৰ পৰা বজালৈ দুটা শ্বিফ্টত প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ
  • পৰীক্ষাত বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সকলো সুবিধা থাকিব।
  • অসমৰ ৩৫ খন জিলাৰ ভিতৰত মুঠ ২৫ খন জিলাত এই পৰীক্ষা।যিবোৰ ঠাইত পৰীক্ষা অনুষ্ঠিত কৰিব সেই ঠাইসমূহত পৰীক্ষাৰ সময়ছোৱাত 'বাইল ইণ্টাৰনেট বন্ধ কৰা
  • প্ৰতিটো পৰীক্ষা কেন্দ্ৰত এজন উপ-পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী বিষয়া নিয়োজিত কৰা হ'ব যাক আন আৰক্ষী কৰ্মীয়ে সহায় কৰিব।
  • পৰীক্ষা কেন্দ্ৰত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে 'বাইল, ঘড়ী, পেন ড্রাইভ, ব্লুটুথ, কেলকুলেটৰ আদিৰ ব্যৱহাৰ
  • পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কৰ বাহিৰে আন কোনোৱে 'বাইল ব্যৱহাৰ কৰিব নোৱাৰিব
  • প্ৰাৰ্থীসকলৰ লগতে ইনভিজিলেটৰসকলক পৰীক্ষা কেন্দ্ৰলৈ 'বাইল ফোন বা আন যিকোনো ইলেক্ট্ৰনিক গেজেট কঢ়িয়াবলৈ বাধা দিয়া হৈছে
  • পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধত ১৪৪ ধাৰা জাৰি কৰা হ'ব।
  • প্ৰাৰ্থীসকলে এডমিট কাৰ্ড, ফটো পৰিচয়-পত্ৰ, আধাৰ কাৰ্ড আদি নিব লাগিব
  • নিৰ্দিষ্ট শ্বিফ্টৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছত কোনো প্ৰাৰ্থীক পৰীক্ষা কেন্দ্ৰত পুনৰ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়
  • যদি পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত জমা নিদিয়ে, তেন্তে তেওঁক পৰীক্ষাত অনুপস্থিত বুলি ধৰা হ’ব।