অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Sept 2021

ভাল খবৰ - এতিয়াৰ পৰা ঘৰত বহিয়েই লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স

ৰাজ্যবাসীলৈ এক বিশেষ সুবিধা আগবঢ়াইছে অসম  চৰকাৰে। এতিয়াৰে পৰা লাৰ্ণাৰ্চ লাইচেন্সৰ বাবে DTO অফিচলৈ গৈ আপুনি আৰু শাৰী পাতিব নালাগে।

ৰাজ্যবাসীলৈ এক বিশেষ সুবিধা আগবঢ়াইছে অসম  চৰকাৰে এতিয়াৰে পৰা লাৰ্ণাৰ্চ লাইচেন্সৰ বাবে DTO অফিচলৈ গৈ আপুনি আৰু শাৰী পাতিব নালাগে এতিয়াৰ পৰা ঘৰত বহিয়েই লাভ কৰিব পাৰিব ড্ৰাইভিং লাইচেন্স DTO কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰতেই দিব পাৰিব লাৰ্নাৰ লাইচেন্সৰ Onlineপৰীক্ষা আজিৰে পৰা ৰাজ্যবাসীৰ বাবে উপলব্ধ এই বিশেষ সুবিধা


কেনেকৈ লাভ কৰিব লাৰ্ণাৰ্চ লাইচেন্স?

  • parivahan.gov.in গৈ লগ ইন কৰক
  • আধাৰ নম্বৰৰ সৈতে অনলাইন আবেদন কৰক আৰু ঘৰৰ পৰাই লাৰ্ণাৰ্চ লাইচেন্সৰ বাবে পৰীক্ষা দিয়ক
  • লাৰ্ণাৰ লাইচেন্সখন প্ৰিন্ট কৰক


ৰাজ্যবাসীলৈ এক বিশেষ সুবিধা আগবঢ়াইছে অসম  চৰকাৰে। এতিয়াৰে পৰা লাৰ্ণাৰ্চ লাইচেন্সৰ বাবে DTO অফিচলৈ গৈ আপুনি আৰু শাৰী পাতিব নালাগে।