অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

17 Aug 2021

অক্টোবৰ মাহত অনুষ্ঠিত কৰা হ’ব টেট পৰীক্ষা - শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ঘোষণা

অক্টোবৰ মাহত অনুষ্ঠিত কৰা হ’ব টেট পৰীক্ষা - শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ঘোষণা

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ ঘোষণা

  • ২০২০ চনৰ টেট পৰীক্ষা ২০২১ৰ অক্টোবৰ মাহত অনুষ্ঠিত কৰা
  • অচিৰেই প্ৰকাশ পাব বিজ্ঞাপন
  • চি টেটৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে ৰাজ্যিক টেটৰ পৰীক্ষা দিব পাৰিব।
  • B.Ed. বা D.El.Ed.  চূড়ান্ত বৰ্ষৰ প্ৰাৰ্থীয়েও টেট পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব।