অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

19 Jul 2020

বন্ধ নহয় চৰকাৰী নিযুক্তি - No Ban On Fresh Assam Government Recruitment : Himanta Biswa Sarma

No Ban On Fresh Assam Government Recruitment : Himanta Biswa Sarma

অসম চৰকাৰৰ নতুন নিযুক্তি সন্দৰ্ভত প্ৰচাৰিত হৈছে আছে কিছু ভুৱা বাতৰি। 
বন্ধ হব নেকি অসমত চৰকাৰী চাকৰিৰ নিযুক্তি? কৰোনা মহামাৰীয়ে সমগ্র বিশ্বৰে অৰ্থনীতি কোঙা কৰি পেলোৱাৰ সময়ত সকলোৰে মনত এয়াই এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে। 
ইফালে ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজ্যৰ নিৱনুয়াৰ সংখ্যা। বহিৰাজ্যত কৰ্মৰত শ্ৰমিক সকল ওভতি অহাৰ ফলত আৰু অধিক নিবনুৱা সমস্যা বৃদ্ধি হৈছে। 

চলি থাকিব অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া। টুইটাৰত আজি এই কথা সদৰি কৰে বিত্ত, স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 "Very unhappy with the media report attributed to me that the state govt will not provide any more Govt employment. I do not know why some media always fabricate my statement. There is no ban on employment. We are encouraging all departments to advertise and recruit their vacant posts"