অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Jun 2020

Good News for Contractual LP, UP and High School and the State Pool teacher

Good News for Contractual LP, UP and High School and the State Pool teacher

Today Assam's Education Minister Himanta Biswa Sarma addressed a press conference at Janata Bhavan and announced some major decision for the contractual LP, UP and High School and the State Pool teacher.  

ঠিকাভিত্তিক টেট শিক্ষক, ষ্টেটপুল আৰু হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ বাবে আছে ভাল খবৰ...
  • ৰাজ্যৰ আান চৰকাৰী কৰ্মচাৰীৰ লগত পাৰ্থক্য নাথাকিব সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত ঠিকাভিত্তিক টেট শিক্ষকৰ। 
  • ৰাজ্যৰ ২৯৭০১জন ঠিকাভিত্তিক টেট শিক্ষকে আন শিক্ষকৰ সমানেই সুবিধা পাব
  • জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ ১১,২০৬গৰাকী ষ্টেট পুল শিক্ষকে চৰকাৰী Pay Scale ত দৰমহা তথা অন্যান্য সুবিধা লাভ কৰিব
  • ৫২৪৩গৰাকী হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকে নিয়মীয়া শিক্ষকৰ সম হাৰত দৰমহা আৰু আন আন সুবিধা পাব
  • ৰাজ্য ঠিকাভিত্তিক টেট শিক্ষক, ষ্টেটপুল আৰু হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ চাকৰিৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধি৷

Watch Complete Press Conference here