অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

1 May 2020

বন্ধ নহয় চৰকাৰী নিযুক্তি - No Provision of Stop Government Job Recruitment in 2020

No Provision of Stop Government Job Recruitment in 2020

অসম চৰকাৰৰ নতুন নিযুক্তি সন্দৰ্ভত প্ৰচাৰিত হৈছে আছে কিছু ভুৱা বাতৰি। 

বন্ধ হব নেকি অসমত চৰকাৰী চাকৰিৰ নিযুক্তি? কৰোনা মহামাৰীয়ে সমগ্র বিশ্বৰে অৰ্থনীতি কোঙা কৰি পেলোৱাৰ সময়ত সকলোৰে মনত এয়াই এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে। 


ইফালে ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজ্যৰ নিৱনুয়াৰ সংখ্যা। বহিৰাজ্যত কৰ্মৰত শ্ৰমিক সকল ওভতি অহাৰ ফলত আৰু অধিক নিবনুৱা সমস্যা বৃদ্ধি হৈছে। 

আজিৰ সংবাদ মেলত চৰকাৰী নিয়োগ সম্পৰ্কত কি কলে মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...
আজি কেইবাদিনো ধৰি চৰকাৰী চাকৰি সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বিতৰ্কিত বাতৰি প্ৰচাৰ কৰি আহিছে। 
আজি এক সংবাদমেলত অসমৰ মাননীয় বৃত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ভুৱা তথ্য নস্যাৎ কৰি কয় যে আমি সকলো কাম চলাই যাব লাগিব। 
অহাকালি ঘোষণা কৰা হব স্বাস্থ্য বিভাগৰ ৪৫২টা পদৰ ফলাফল 
এইকেইদিনত ওলাব নতুন প্ৰায় ১,০০০ পদৰো বিজ্ঞাপন ওলাব। 
এই পদবোৰৰ বাবে ইতিমধ্যে বিত্ত বিভাগে অনুমোদন দিছে।
সকলো বিভাগে খালী হোৱা পদবোৰৰ নিয়োগ চলি থাকিব বুলি মন্তব্য কৰে অসমৰ মাননীয় বৃত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।