অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

19 May 2020

বহি:ৰাজ্যত পৰা উভতি অহা শ্ৰমিক সকলক অসম চৰকাৰে দিব কৰ্মসংস্থান - Assam Govt. To Provide Job For Migrant Workers Returning To Home


 Assam Govt. To Provide Job For Migrant Workers Returning To Home

বহি:ৰাজ্যত পৰা উভতি অহা প্ৰৱজিত শ্ৰমিক সকলক অসম চৰকাৰে দিব কৰ্মসংস্থান ইতিমধ্যে এই সম্পৰ্কে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ

তেও উভতি অহা শ্ৰমিক সকলক এমজিএনৰেগা আচনিৰ অধীনত জৱকাৰ্ড প্ৰদান কৰাৰ লগতে কামৰ আৱন্তন দিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক নিৰ্দেশ দিছে

Assam Govt. To Provide Job For Migrant Workers Returning To Home