অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

26 May 2020

উচ্চতৰ মাধ্যমিক ২য় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি - AHSEC Free Text Books For Class 12 Students

AHSEC Free Text Books For Class 12 Students

উচ্চতৰ মাধ্যমিক ২য় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি ২৬/০৫/২০২০ ৰ পৰা ২৮/০৫/২০২০ ভিতৰত নিজৰ নিজৰ বিদ্যালয়ত অথবা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া স্থানত প্ৰদান কৰা হব। ছাত্ৰ-ছাত্ৰী সকলে কোভিড-১৯ প্ৰটকল মানি পাঠ্যপুথি সমূহ সংগ্ৰহ কৰিব পাৰিব।
অধিক তথ্যৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে নিজৰ বিদ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।

Free Textbooks for Class XII will be delivered to the eligible Students from 26th May to 28th May, 2020. All students are requested to follow the COVID-19 protocols and collect Books from their respective Schools or from selected locations.
AHSEC Free Text Books For Class 12 Students