অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

13 Apr 2020

অসমবাসী ৰাইজলৈ আমাৰ তৰফৰ পৰা বহাগ বিহুৰ অশেষ শুভেচ্ছা জনালোঁ - Happy Bohag Bihu 2020

Happy Bohag Bihu 2020

“অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো।“

সচাকৈ বহাগ বিহুটি অসমীয়াৰ বাপতি সাহোন স্বৰূপপ্ৰত্যেক অসমীয়া  জাতি ভেদ উচ্চ নীচ পাহৰি অতি উলাহেৰে এই বিহুটি পালন কৰেকুলি কেতেকীৰ বিনন্দীয় মাতে সকলোকে যেন আপ্লুত কৰি তোলে আৰু নাচনী সকলৰ নাচৰ তালে তালে যেন সকলোৰে মন আনন্দত নাচি উঠে সচাকৈ বহাগ  বিহুটিএ আমাৰ মনত অপাৰ আনন্দ জগাই তোলে 

এই চেগতে আমি সমূহ অসমবাসী ৰাইজলৈ আমাৰ তৰফৰ পৰা বহাগ বিহুৰ অশেষ শুভেচ্ছা জনালোঁ


 Stay Home, Stay Safe