অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

27 Mar 2020

কৰ'ণা ভাইৰাছৰ পৰা নিজকে কেনেকৈ বচাব - How to Protect Yourself from Corona Virus

How to Protect Yourself from Corona Virus
How to Protect Yourself from Corona Virus
কৰ'ণা ভাইৰাছ বৰ্তমান গোটেই পৃথিৱীৰ লগতে আমাৰ ভাৰততো বিয়পি পৰিছে। বৰ্তমান বিজ্ঞানী সকলে অহৰহ ৰিছাৰ্ছ কৰি আছে যদিও ইয়াৰ ঔষধ উলিওৱা পৰা নাই।

কৰ'ণা ভাইৰাছৰ পৰা নিজকে কেনেকৈ  বচাব?
বৰ্তমান ইয়াৰ ঔষধ উলিওৱা পৰা নাই যদিও বিশ্ব স্বাস্থ্য সংস্থা (World Health Organisation) কিছুমান বিধান আগবঢ়াইছে যিবোৰ পালন কৰিলে আপুনি এই ভাইৰাছ পৰা নিজকে বচাব পাৰিব
  1. চেনিটাইজাৰ ব্যৱহাৰ ব্যৱহাৰ কৰক। চেনিটাইজাৰে হাতত থকা বীজাণুবোৰ ধ্বংস কৰে। চাবোনেৰেও হাত দুয়োখন ভালকৈ ধুলে হাত দুখন বীজাণুমুক্ত হয়
  2. মাস্ক ব্যৱহাৰ কৰিলে এই ভাইৰাছবিধ শৰীৰত সংক্ৰমণ ঘটিব নোৱাৰে
  3. সামাজিক দূৰত্ব বৰ্তাই ৰাখক। বিশেষভাৱে জনসমাগম এৰাই চলক আৰু কোনো ব্যক্তিৰ লগত কথোপকথনৰ সময়ত অন্ততঃ ন্যূনতম মিটাৰ ব্যৱধান বজাই ৰাখক
  4. মুখ, নাক আৰু চকু হাতেৰে স্পৰ্শ নকৰিব।
  5. হাঁচি আৰু কাঁহোতে মুখখন ৰুমাল, টিচু পেপাৰ অথবা হাতেৰে ঢাকি ব।

তাৰোপৰি লকডাউনৰ সময়ত ঘৰৰ বাহিৰত নোলাব।
বি:দ্ৰ: জনহিতাৰ্থে প্ৰচাৰিত। সকলো শ্বেয়াৰ কৰিব।
How to Protect Yourself from Corona Virus