অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

2 Feb 2020

Irrigation Dept, Assam Section Assistant Exam Answer Key 2020: Sunday [02-02-2020]

Irrigation Dept, Assam Section Assistant Exam Answer Key 2020: Sunday [02-02-2020]

Irrigation Dept., Assam Section Assistant Exam Details
  • Name of Post: Section Assistant 
  • Total No. of Posts: 397 
  • Date of Examination: 02-02-2020
  • Exam Type: OMR based written Exam
  • Date of Examination: 02-02-2020
Answer Key of Saturday, 01/02/2020: Click Here


Irrigation Dept Section Assistant Exam Answer Key 2020

These questions are collected by us and completely memory based. These are not the official answer key. We are collecting the questions, please comment the question you have memorized. We will try to give the answer of these question as soon as possible.

Irrigation Dept Section Assistant Exam Answer Key 2020

Morning Shift

1. ২০০৫ চনৰ ফ্ৰেব্ৰুৱাৰী যদিমংগল বাৰ হয় ২০০৪ চনৰ ফ্ৰেব্ৰুৱাৰী কি বাৰ হয় ?
Ans: Sunday

2. 50, 5, 45, 15, 40, 25, 35 ?
Ans: 35

3. ২০১৯ লোকসভা কিমানতম লোকসভা ?
Ans: 17 th লোকসভা

4. খাৰু: হাত, মুজা : ?
Ans: ভৰি

5. ফেচবুকৰ জনক কোন ?
Ans: Mark Zuckerberg

6. কোন গৰাকী মুক্তি যোদ্ধাই অসমত মৃত্যু বাহিনী সংগঠিত কৰিছিল?
সৰোজিনী নাইডু, ঝনকাৰী বাই, পুস্পলতা দাস, সাবিত্ৰী বাই ফুলে
Ans: পুস্পলতা দাস

7. সত্যমেৱ জয়তে ' পৰা লোৱা?
Ans: উপনিষদ

9. Two numbers are in ratio 2:7. If their LCM is 224, find the greater number
Ans: 112

10. আৰু ১০০ মাজত কেইটা যমজ সংখ্যা থাকিব ?
Ans: 9

11. SENSEX সম্পূৰ্ণ নাম কি ?
Ans: Stock Exchange Sensitive Index

12. আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া অনুষ্ঠিত কৰা হয় ?
Ans: 8 March

13. Average of first seven odd numbers
Ans: 9

14. জণ্ডিছ ৰোগ মানৱ শৰীৰৰ কোনটো অংশৰ লগত জড়িত ?
Ans: Liver

15. ATM পৰা পইচা উলিয়াবলৈ কি ব্যৱহাৰ কৰি সত্যতা নিৰূপণ কৰিব লাগে ?
Ans: PIN

16. অমিল সংখ্যাটো বাচনি কৰা -, , , ২৩
Ans: 23

17. Pardon antonyms ?
Ans: Condemn

18. It was difficult to sleep __ the flight.
Ans: During

19. Yesterday the sun ___ unusually late.
Ans: Rise

20. মিৰাণ্ডা কোনটো গ্ৰহৰ উপগ্ৰহ ?
Ans: Uranus

21. নুমলীগড় তেল শোধনাগাৰ ' অৱস্থিত ?
Ans: Golaghat, Assam

22. ISO সম্পূৰ্ণ নাম কি আছিল ?
Ans: International Standards Organization 

23. I ____  learning English for 10 years now .
Ans: have been

24. টিপু চুলতানে ' শাসন কৰিছিল ?
Ans: মাইচুৰ

25. অনুৰুদ্ধি ৰায় কোনখন গ্ৰন্থৰ বাবে বুকাৰ বঁটা লাভ কৰিছিল ?
Ans: The God of Small Things

26. অৰ্ণৱ গোস্বামীয়ে কোনটো চেনেল প্ৰতিষ্ঠা কৰিছিল ?
Ans: Republic TV

27. Average of first seven odd numbers..
Ans: 9

28. 4x-5y=20 সমীকৰণটোৰ লেখডালে x অক্ষক ………বিন্দুত দ্বিখণ্ডিত কৰে
(2,0) (5,0) (4,5) (0,5)
Ans: (5,0)

29. ৩০ জানুৱাৰী ২০০৩ বৃহস্পতিবাৰ 'লে, মাৰ্চ ২০০৩ কি বাৰ '?
শুক্ৰবাৰ, বৃহস্পতিবাৰ, শনিবাৰ, ৰবিবাৰ
Ans: ৰবিবাৰ

30. বিসঙ্গতিপূৰ্ণ ঘড়ী এটাই ২ঘন্টাত মিনিটকৈ হেৰুৱালে কিমান সময়ত ঘন্টা হেৰুৱাব?
৭২, , ৮০,
Ans: ৮০

31. প্ৰেমা কিৰণৰ মাতৃ, কিৰণ দেৱৰ ভগ্নী হয়, দেৱ জনৰ পিতৃ, জনৰ সৈতে প্ৰেমাৰ সম্পৰ্ক কি?
Ans: আইতা

32. ৰামে শচীনক তাৰ দেউতাকৰ পত্নীৰ একমাত্ৰ ভাতৃৰ পুত্ৰ হিচাপে চিনাকি দিছিল, শচীন ৰামৰ কি হয়?
Ans: ভাতৃ

32. 10.30 pm বজাৰ 154 মিনিট পিছৰ সময়টো কি?
Ans: 1.04 AM

33. কোনখন প্ৰতিষ্ঠানত ফেচন পাঠ্যক্ৰম আছে
NDA, NID, NIFT, MICA
Ans. NIFT


Evening Shift

1. Full form of NGO
Ans: None Government Organisation

2. Quit India Movement is also known as…
Ans: August movement

3. Who won gold medal in 2017 Asian boxing championship
Ans: Mary Kom

4. Which of the following word cannot be formed from the letter of the word "CHARITABLE"?
A. ABLE
B. CHARITY
C. TABLE
D. HAIR
Ans: B. CHARITY

4. First novel prize winner of India?
Ans: Rabindra nath Thakur

5. GO=32, SHE=49 then SOME=?
Ans:

6. পিন নম্বৰৰ প্ৰথম তিনিটা সংখ্যা কি বুজাই?
Ans: District

7. প্ৰথম ৩০ টা স্বাভাৱিক সংখ্যা যোগফলৰ গড় কিমান?
Ans: 15.5

8. গৌতম গম্ভীৰে কি খেলৰ বাবে পন্মশ্ৰী বটা পাইছে?
Ans: Cricket

9. তলত দিয়া অমিল মাহটো বাছি ওলিওৱা
Ans: ফেব্ৰুৱাৰী

10. শিশু শিক্ষাৰ অধিকাৰ আইনখন কি
Ans: RTE

11. প্ৰশ্নবোধক ঠাইত কি ' ? , , ?, ৫৪
Ans: 18

13. Position of Ritika Standing in a row with all her other classmates is 17th from the left. If the total number of her classmates is 38, then find her position from the right?
A. 22nd
B. 19th
C. 17th
D. 24th
Ans: 22nd

14. ৰাতিপুৱা এটাত গাৰ্গীয়ে সূৰ্যৰ অভিমুখে খোঁজ কঢ়া আৰম্ভ কৰিছিল কিছুদূৰ খোঁজ কঢ়াৰ পিছত তাই বাওঁফালে ঘূৰে আৰু পুনৰ তাই তাইৰ বাওঁফালে ঘূৰে আৰু কিছুদূৰ খোজ কঢ়াৰ পিছত তাই পুনৰ তাইৰ সোঁফালে  ঘূৰে তাই কোন দিশে মুখ কৰি আছে
. দক্ষিণ-পশ্চিম
. উত্তৰ
. পূৱ
. দক্ষিণ
Ans: উত্তৰ

15. Ram Nath kovind ---- president of India?
Ans: 14th

16. Earlier capital of Assam?
Ans: Shillong

17. When was Delhi made the capital of India?
Ans: 13 February 1931

18. Chairman of CBI?
Ans: Rishi Kumar Shukla

19. When was planning commission established?
Ans: 15 March 1950

20. According new MVI act, which district of assam collected maximum tax?

Ans: ???

Note: We are collecting the questions and will update soon. Please stay connected and if you have any question in your memory please do comment.

Answer Key of Saturday, 01/02/2020: Click Here