অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

1 Jan 2020

Assam TET 2019 LP and UP: Marksheet cum Certificate

যিসকল বন্ধু বান্ধৱীয়ে সদ্য অনুষ্ঠিত প্ৰাথমিক টেট ২০১৯ উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে  আছে এটা সুখবৰ। অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰ ভিতৰত অসম এলপি আৰু এম ই টেটত উত্তীৰ্ণ প্ৰাৰ্থীসকলক মাৰ্কছিট কাম চাৰ্টিফিকেট সমূহ প্ৰদান কৰা হব। 

মাৰ্কছিট কাম চাৰ্টিফিকেট সমূহ District Mission Coordinator ৰ পৰা সংগ্ৰহ কৰিব লাগিব।