অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

30 Jan 2020

Appointment Letters to 728 Staff Nurse and 400 Surveillance Workers under NHM Assam will give Tomorrow

Appointment Letters to 728 Staff Nurse and 400 Surveillance Workers under NHM Assam will give Tomorrow
NHM Assam Recruitment 2020
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অহা ৩১ জানুৱাৰী তাৰিখে ৭২৮ গৰাকী ষ্টাফ নাৰ্চ আৰু ৪০০ জন চাৰ্ভাইলেনচ কৰ্মীক নিযুক্তি প্ৰত্ৰ প্ৰদান কৰিব।

নিযুক্তি প্ৰত্ৰ বিতৰন কৰিব স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। লগতে উপস্থিত থাকিব পিযুষ হাজৰিকা।

নিযুক্তি লাভ কৰিবলগীয়া ৭২৮ গৰাকী ষ্টাফ নাৰ্চ আৰু ৪০০ জন চাৰ্ভাইলেনচ কৰ্মীৰ তালিকা তলৰ লিংকত দিয়া হৈছে। তাত ক্লিক কৰি আপোনালোকে প্ৰাৰ্থী তালিকা চাব পাৰিব।

নিযুক্তি প্ৰত্ৰ দিয়া তাৰিখ: ৩১ জানুৱাৰী, ২০২০
সময়: ১১.৩০ বজা
স্থান: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত।
উপস্থিত থাকিব: হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পিযুষ হাজৰিকা

চাৰ্ভাইলেনচ কৰ্মীৰ তালিকা: ইয়াত চাওক
ষ্টাফ নাৰ্চ প্ৰাৰ্থী তালিকা: ইয়াত চাওক