অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

10 Dec 2019

GK for Competitive Exam: Some Important Observation Day of the World

GK for Competitive Exam: Some Important Observation Day of the World

পৃথিৱীৰ কেইটামান উল্লেখযোগ্য দিৱস:

জানুৱাৰী

  1. ১ জানুৱাৰী : জনতাৰ দিন, নৱবৰ্ষ প্ৰথম দিন।
  2. ৯ জানুৱাৰী : প্ৰবাসী ভাৰতীয় দিৱস
  3. ১১ জানুৱাৰী: লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু দিৱস।
  4. ১২ জানুৱাৰী : বিবেকামমদ জয়ন্তী, ৰাষ্ট্ৰীয় যুৱ দিৱস।
  5. ১৫ জানুৱাৰী : সেনা দিৱস।
  6. ১৭ জানুৱাৰী : শিল্পী দিৱস।
  7. ২১ জানুৱাৰী : মেঘালয়, মণিপুৰ, ত্ৰিপুৰা দিৱস, আন্তকাৰ্তিক মাতৃভাষা দিৱস।
  8. ২৩ জানুৱাৰী : নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱস।
  9. ২৫ জানুৱাৰী : ৰাষ্ট্ৰীয় পৰ্যটন দিৱস, হিমাচল প্ৰদেশ দিৱস, ৰাষ্ট্ৰীয় ভোটাৰ দিন
  10. ২৬ জানুৱাৰী : ভাৰতৰ গণতন্ত্ৰ দিৱস।
  11. ৩০ জানুৱাৰী : শ্বহীদ দিৱস, কুষ্ঠ নিবাৰণ দিৱস।


ফেব্ৰুৱাৰী

  1. ২ ফেব্ৰুৱাৰী : বিশ্ব জলাশয় দিৱস, শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় দিৱস।
  2. ৮ ফেব্ৰুৱাৰী : বিদ্যাৰ্থী দিৱস।
  3. ১৩ ফেব্ৰুৱাৰী : সৰোজনী নাইডু জন্ম দিৱস।
  4. ২০ ফেব্ৰুৱাৰী : অৰুণাচল দিৱস, মিজোৰাম দিৱস।
  5. ২২ ফেব্ৰুৱাৰী : চিন্তন দিৱস।
  6. ২৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।


মাৰ্চ

  1. ৩ মাৰ্চ : ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দিৱস।
  2. ৪ মাৰ্চ : ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস।
  3. ৮ মাৰ্চ : আন্তৰ্জাতিক নাৰী দিৱস।
  4. ৯ মাৰ্চ : CSIF ৰাইজিং ডে’।
  5. ১২ মাৰ্চ : বিশ্ব বৃক্ক দিৱস।
  6. ১৫ মাৰ্চ : বিশ্ব প্ৰতিবন্ধী দিৱস, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস।
  7. ১৬ মাৰ্চ : ৰাষ্ট্ৰীয় ছিটা দিৱস।
  8. ২১ মাৰ্চ : বিশ্ব বন দিৱস, বিশ্ব বৰ্ণবৈষম্য নিবাৰণী দিৱস।
  9. ২২ মাৰ্চ : বিশ্ব জল দিৱস।
  10. ২৩ মাৰ্চ : বিশ্ব বতৰ বিজ্ঞান দিৱস।
  11. ২৪ মাৰ্চ : বিশ্ব যক্ষ্মা দিৱস।
  12. ২৬ মাৰ্চ : বাংলাদেশ মুক্তি দিৱস।


এপ্ৰিল

  1. ১ এপ্ৰিল : এপ্ৰিল ফুল ডে’, উৰিষ্যা দিৱস।
  2. ৪ এপ্ৰিল : আন্তৰ্জাতিক খনি সজাগতা দিৱস।
  3. ৫ এপ্ৰিল : ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস।
  4. ৭ এপ্ৰিল : বিশ্ব স্বাস্থ্য দিৱস।
  5. ১৪ এপিল : আম্বেদকাৰ জয়ন্তী।
  6. ১৫ এপ্ৰিল : আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস।
  7. ১৮ এপ্ৰিল : বিশ্ব ঐতিহ্য দিৱদ।
  8. ২২ এপ্ৰিল : ধৰিত্ৰী দিৱস।
  9. ২৩ এপ্ৰিল : বিশ্ব গ্ৰন্থ দিৱস।
  10. ২৪ এপ্ৰিল : মানৱ একতা দিৱস।
  11. ২৬ এপ্ৰিল : জনজাগৰণ দিৱস।
  12. ২৯ এপ্ৰিল : আন্তৰ্জাতিক নৃত্য দিৱস।


মে

  1. ১ মে’ : আন্তৰ্জাতিক শ্ৰমিক দিৱস (মে’ দিৱস)।
  2. ৩ মে’ : সংবাদ পত্ৰৰ স্বাধীনতা দিৱস, বিশ্ব এজমা দিৱস।
  3. ৮ মে’ : ৰেডক্ৰছ দিৱস।
  4. ১১ মে’ : ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।
  5. ১২ মে’ : বিশ্ব নাৰ্ছ দিৱস।
  6. ১৩ মে’ : ৰাষ্ট্ৰীয় সংহতি দিৱস।
  7. ১৫ মে’ : আন্তৰ্জাতিক পৰিয়াল দিৱস।
  8. ১৭ মে’ : আন্তৰ্জাতিক সমাজ দিৱস, বিশ্বৰ দূৰ সংযোগ দিৱস।
  9. ২৯ মে’ : ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ আন্তৰ্জাতিক দিৱস।
  10. ৩১ মে’ : বিশ্ব ধূমপান বিৰোধী দিৱস।


জুন

  1. ৪ জুন : আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী দিৱস।
  2. ৫ জুন : বিশ্ব পৰিৱেশ দিৱস।
  3. ১২ জুন : বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস।
  4. ১৪ জুন : বিশ্ব ৰক্তদাতা দিৱস।
  5. ১৮ জুন : বিশ্ব বনভোজ দিৱস।
  6. ২০ জুন : বিশ্ব শৰণাৰ্থী দিৱস, ৰাভা দিৱস।
  7. ২১ জুন : বিশ্ব সংগীত দিৱস।
  8. ২৬ জুন : বিশ্ব ড্ৰাগছ দিৱস।


জুলাই

  1. ১ জুলাই : চিকিৎসক দিৱস।
  2. ৭ জুলাই : আন্তৰ্জাতিক সমবায় দিৱস।
  3. ১১ জুলাই : বিশ্ব জনসংখ্যা দিৱস।
  4. ১৮ জুলাই : নেলচন মেণ্ডেলা আন্তৰ্জাতিক দিৱস।
  5. ২০ জুলাই : পঢ়ুৱৈ দিৱস।


আগষ্ট

  1. ৬ আগষ্ট : বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস, হিৰোছিমা দিৱস।
  2. ৯ আগষ্ট : নাগাচাকি দিৱস, ভাৰত ত্যাগ আন্দোলন দিৱস।
  3. ১২ আগষ্ট : আন্তৰ্জাতিক যুৱ দিৱস।
  4. ১৫ আগষ্ট : ভাৰতৰ স্বাধীনতা দিৱস।
  5. ২০ আগষ্ট : সদ্ভাৱনা দিৱস।
  6. ২৯ আগষ্ট : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, সংস্কৃত দিৱস।


ছেপ্তেম্বৰ

  1. ৫ ছেপ্তেম্বৰ : শিক্ষক দিৱস।
  2. ৮ ছেপ্তেম্বৰ : আন্তৰ্জাতিক স্বাক্ষৰতা দিৱস, গণ সংগীতৰ দিন।
  3. ১৪ ছেপ্তেম্বৰ : হিন্দী দিৱস।
  4. ১৫ ছেপ্তেম্বৰ : অভিযন্তা দিৱস, সঞ্চয়িকা দিৱস, শিক্ষা-সাংবাদিকতাৰ দিন।
  5. ১৬ ছেপ্তেম্বৰ : অ’জন স্তৰ সংৰক্ষণ দিৱস।
  6. ২১ ছেপ্তেম্বৰ : ৰাষ্ট্ৰসংঘৰ শান্তি আৰু অহিংসা দিৱস।
  7. ২৬ ছেপ্তেম্বৰ : বিশ্ব বধিৰ দিৱস।
  8. ২৭ ছেপ্তেম্বৰ : বিশ্ব পৰ্যটন দিৱস।


অক্টোবৰ

  1. ১ অক্টোবৰ : বিশ্ব বৃদ্ধ দিৱস, বিশ্ব সংগীত দিৱস।
  2. ২ অক্টোবৰ : গান্ধী জয়ন্তী, বিশ্ব অহিংসা দিৱস।
  3. ৩ অক্টোবৰ : বিশ্ব আবাস দিৱস, বিশ্ব প্ৰকৃতি দিৱস।
  4. ৪ অক্টোবৰ : বিশ্ব পশু কল্যাণ দিৱস।
  5. ৮ অক্টোবৰ : ভাৰতীয় বায়ুসেনা দিৱস।
  6. ১০ অক্টোবৰ : বিশ্ব ডাক দিৱস।
  7. ১৪ অক্টোবৰ : বিশ্বমান দিৱস।
  8. ১৬ অক্টোবৰ : বিশ্ব খাদ্য দিৱস।
  9. ১৭ অক্টোবৰ : অসম ক্ৰীড়া দিৱস।
  10. ২০ অক্টোবৰ : ৰাষ্ট্ৰীয় একতা দিৱস, বিশ্ব পৰিসংখ্যা দিৱস।
  11. ২৪ অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস।
  12. ২৫ অক্টোবৰ : বিশ্ব শন্তি দিৱস।
  13. ২৯ অক্টোবৰ : বিশ্ব ষ্ট্ৰোক দিৱস।
  14. ৩০ অক্টোবৰ : বিশ্ব মিতব্যয়িতা দিৱস।
  15. ৩১ অক্টোবৰ : ৰাষ্ট্ৰীয় সংহতি দিৱস।


নৱেম্বৰ

  1. ৯ নৱেম্বৰ : আইন সেৱা দিৱস।
  2. ১০ নৱেম্বৰ : বিশ্ব বিজ্ঞান দিৱস।
  3. ১৪ নৱেম্বৰ : শিশু দিৱস, বহুমূত্ৰ দিৱস।
  4. ১৬ নৱেম্বৰ : আন্তৰ্জাতিক সহিষ্ণুতা দিৱস, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস, বিশ্ব খাদ্য দিৱস।
  5. ১৯ নৱেম্বৰ : নাগৰিক দিৱস, সংহতি দিৱস।
  6. ২০ নৱেম্বৰ : বিশ্ব শিশু অধিকাৰ দিৱস, সংখ্যালঘু কল্যাণ দিৱস।
  7. ২১ নৱেম্বৰ : বিশ্ব টেলিভিছন দিৱস।
  8. ২৫ নৱেম্বৰ : আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস।
  9. ২৬ নৱেম্বৰ : আইন দিৱস।


ডিচেম্বৰ

  1. ১ ডিচেম্বৰ : বিশ্ব এইডছ্‌ দিৱস।
  2. ২ ডিচেম্বৰ : কম্পিউটাৰ স্বাক্ষৰতা দিৱস, প্ৰদূষণ বিৰোধী দিৱস, সীমান্ত 
    নিৰাপত্তা বাহিনী দিৱস।
  3. ৩ ডিচেম্বৰ : বিশ্ব প্ৰতিবন্ধী দিৱস।
  4. ৪ ডিচেম্বৰ : নৌ সেনা দিৱস।
  5. ৫ ডিচেম্বৰ : আন্তৰ্জাতিক স্বেচ্ছাসেৱী দিৱস।
  6. ৭ ডিচেম্বৰ : আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন দিৱস, শস্য দিৱস
  7. ৯ ডিচেম্বৰ : আন্তৰ্জাতিক দুৰ্নীতি নিবাৰণ দিৱস।
  8. ১০ ডিচেম্বৰ : মানৱ অধিকাৰ দিৱস, শ্বহীদ দিৱস (অসম)।
  9. ১১ ডিচেম্বৰ : আন্তৰ্জাতিক গিৰি দিৱস।
  10. ১৪ ডিচেম্বৰ : পতাকা দিৱস।
  11. ১৮ ডিচেম্বৰ : আন্তৰ্জাতিক প্ৰব্ৰজনকাৰী দিৱস, দলিত অধিকাৰ দিৱস।
  12. ২৩ ডিচেম্বৰ : কৃষক দিৱস।
  13. ২৬ ডিচেম্বৰ : অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।

Disclaimer: These information are collected from internet and there may be any typing or other mistakes. Please comment if any mistake founds. Thank You.