অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

26 Feb 2020

CBSE CTET January 2021 Result Out: Check Now

Central Teacher Eligibility Test, CBSE CTET Result 2021

Central Teacher Eligibility Test, CBSE CTET Result 2021

Central Teacher Eligibility Test অৰ্থাৎ চমুকৈ CTET 2021 ৰ ৰিজাল্ট অধিকাৰিক ৱেবচাইটত ঘোষণা কৰা হৈছে । উল্লেখ্য যে January CTET অনুষ্ঠিত হৈছিল।

CTET উত্তীৰ্ণ হবলৈ হলে সাধাৰণ শ্ৰেণীৰ পাৰ্থীয়ে 60% অৰ্থাৎ 90 নম্বৰ পাব লাগিব। আনহাতে OBC/SC/ST শ্ৰেণীৰ পাৰ্থীয়ে 55% অৰ্থাৎ 83 নম্বৰ পালেই এই পৰীক্ষাত উত্তীৰ্ণ হব পাৰিব।




CTET ৰ আনুষ্ঠানিক ৱেবচাইট: ইয়াত ক্লিক কৰক


About Central Teacher Eligibility Test

Central Teacher Eligibility Test অৰ্থাৎ চমুকৈ CTET কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা আয়োজন কৰা শিক্ষক যোগ্যতা নিৰূপণ পৰীক্ষা। প্ৰতিবছৰে দুবাৰকৈ এই পৰীক্ষা অনুষ্ঠিত হয়। বৰ্তমান কেন্দ্ৰীয় মাধ্যামিক শিক্ষা বোৰ্ড অৰ্থাৎ CBSE এ এই পৰীক্ষা আয়োজন কৰাৰ দ্বায়িত্ব গ্ৰহণ কৰি আহিছে।

CTET দুটা শাখাত অনুষ্ঠিত হয়।
1. Primary Section: এই শাখা প্ৰাথমিক বিদ্যালয়ত (Class 1 to 5) শিক্ষক হব খোজা পাৰ্থীৰ বাবে অনুষ্ঠিত কৰা হয়।
2. Upper Primary Section:এই শাখা উচ্চ প্ৰাথমিক বিদ্যালয়ত (Class 6 to 8) শিক্ষক হব খোজা পাৰ্থীৰ বাবে অনুষ্ঠিত কৰা হয়।


CTET ৰ আনুষ্ঠানিক ৱেবচাইটৰ বাবে: ইয়াত ক্লিক কৰক