Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

3 Oct 2019

Indian Institute of Handloom Technology, Guwahati Recruitment 2019: Workshop Foreman post


Indian Institute of Handloom Technology, Guwahati Recruitment 2019


Indian Institute of Handloom Technology, Guwahati Recruitment 2019
হস্ততাতঁ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts
  1. পদৰ সংখ্যা:  01 টা
  2. পদৰ নামWorkshop Foreman

Educational Qualification
Matriculation from a recognize Board or University with Diploma in Mechanical Engg. from a recognize Institution with two years experience in a weaving factory or Workshop manufacturing of Handlooms, jacquard and accessories, after acquiring Diploma.

Salary
নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB:4 (25500-81100) GP: 2400 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit
আবেদনকাৰীৰ বয়স 30 বছৰৰ ভিতৰত হব লাগিব।

Application Fees
এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

IIHT Guwahati Recruitment 2019: How to Apply
ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 52 দি ভিতৰত Prescribed Format of Application সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনা:
Indian Institute of Handloom Technology, Jawaharnagar, Khanapara,  Guwahati-22
.
Important Dates
আবেদনৰ অন্তিম তাৰিখ52 দি ভিতৰত আবেদন কৰিব লাগিব

IIHT Guwahati Recruitment 2019: Important Link
সম্পূৰ্ণ বিজ্ঞাপন/Application Form: ইয়াত ক্লিক কৰক

'