Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

Enter Your Email Address Here:

25 Oct 2019

District Disaster Management Authority, Kamrup (M) Recruitment 2019: Field Officer

District Disaster Management Authority, Kamrup (M) Recruitment 2019

District Disaster Management Authority, Kamrup (M) Recruitment 2019

জিলা দুৰ্যোগ ব্যৱস্থাপনা এথ'ৰিটি, Kamrup Metro ত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিত্তিক পদত নিযুক্তিৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

পদৰ নাম: Field Officer (Disaster Management)

পদৰ সংখ্যা: 01 টা

অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

শিক্ষাগত অৰ্হতা:

  1. বিজ্ঞানৰ স্নাতক, নাইবা Statistics, Geography, Environmental Science বা Geology এটা বিষয় হিচাপে লৈ স্নাতক, নাইবা Civil Engineering বা Architecture ত ডিপ্লোমা
  2. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব ( MS Word / Excel/ Power Point / Internet usage / Emails etc.)
  3. BCA বা তাৰ সমপৰ্যায়ৰ কম্পিউটাৰ বিজ্ঞানৰ কোৰ্চ কৰা প্ৰাৰ্থীসকলে অগ্ৰাধিকাৰ পাব।



Age Limit

01/01/2019 তাৰিখত 21 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হব লাগিব। SC/ST/OBC শ্ৰেণীৰ প্ৰাৰ্থীসকলে অসম চৰকাৰৰ নিয়ম অনুসৰি বয়সৰ উচ্চ সীমাৰ ৰেহাই লাভ কৰিব।

দৰমহা: প্ৰতিমাহে 20,000 টকা দৰমহা লাভ কৰিব।

How to Apply

ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে Standard Form of Application, লগত শিক্ষাগত অৰ্হতাৰ সকলো নথি নিজেই attested কৰি তলত উল্লেখ কৰা  ঠিকনাত আবেদন কৰিব লাগিব।

ঠিকনা:
The Deputy Commissioner cum Chairman,
District Disaster Management Authority, Kamrup (M)
O/o the Deputy Commissioner, Kamrup (M)
Panbazar, Guwahati-1




Last Date : 07/11/2019

Standard Form of Applicationইয়াত ক্লিক কৰক


কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
'