অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

19 Sept 2019

SBI Recruitment 2019: 700 vacancies for Apprentice posts, Apply Now

SBI Apprentice Recruitment 2019

SBI Recruitment 2019

ভাৰতীয় ষ্টেট বেংকত খালী হোৱা 700 টা শিক্ষানচিব (Apprentice) পদৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি জাননী প্ৰকাশ কৰিছে।


মোবাইল যোগেদি পোনপ্ৰথমে চাকৰিৰ খবৰ পাবলৈ আমাৰ...



SBI Apprentice Recruitment 2019 eligibility criteria

কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰাৰ্থী সকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব।

SBI Apprentice Recruitment 2019: Age Limit

31/08/2019 তাৰিখৰ ভিতৰত 20 ৰ পৰা 28 বছৰ হোৱা প্ৰাৰ্থী সকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব।

SBI Recruitment 2019: How to apply

ইচ্ছুক প্ৰাৰ্থীসকলে https://bank.sbi/careers বা https://www.sbi.co.in/careers বা https://nsdcindia.org/apprenticeship বা https://apprenticeshipindia.org বা https://bfsissc.com এই ৱেবচাইট কেইতাত গৈ অনলাইনত আবেদন কৰিব লাগিব।

Important Dates

অনলাইন আবেদন আৰম্ভ হব: September 17, 2019

অনলাইন আবেদন সমাপ্ত হব: October 6, 2019

SBI Recruitment 2019 Vacancy Details

ৰাজ্য অনুসৰি খালী পদৰ সংখ্যা এনেধৰণৰ...

Punjab – 400 Posts

Haryana – 150 Posts

Himachal Pradesh – 150 Posts

SBI Recruitment 2019: Apprentice Salary

এই পদৰ বাবে প্ৰতিমাহে 8000 টকাকৈ দৰমহা পাব।

Important Link

Online Apply Link: Click Here

Details Advertisement: Click Here