অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

28 Sept 2019

Reserve Bank of India Recruitment 2019: 199 Officer Post, Apply Online Now

RBI Officer Grade B Recruitment 2019


RBI Officer Grade B Recruitment 2019

ভাৰতীয় ৰিজাৰ্ভ বেংকত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

পদৰ সংখ্যা: 199

পদসমূহৰ বিৱৰণ:

1. Officer Gr. B (DR) - General: 156 টা

2. Officer Gr. B (DR) - Department of Economic and Policy Research (DEPR): 20 টা

3. Officer Gr. B (DR) - Department of Statistics and Information Management (DSIM): 23 টা

দৰমহা: 35150 – 62400 টকা।

বয়স: 21-30 বছৰ

আবেদনৰ মাচুল: 850 টকা (100 টকা SC/ST/PWD ৰ বাবে)।

কেনেকৈ আবেদন কৰিব:
পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 11/10/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

Important Dates

1. অনলাইন আবেদন আৰম্ভ হব21/09/2019

2. অনলাইন আবেদন সমাপ্ত হব:11/10/2019

Important Link

অনলাইন আবেদন লিংক: ইয়াতক্লিককৰক


সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক