Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

16 Sep 2019

ভাৰতীয় ৰিজাৰ্ভ বেংকত 199 পদ খালী: RBI Officer Grade B Recruitment 2019, Apply Online For 199 Posts

RBI Officer Grade B Recruitment 2019


RBI Officer Grade B Recruitment 2019

ভাৰতীয় ৰিজাৰ্ভ বেংকত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

মোবাইল যোগেদি পোনপ্ৰথমে চাকৰিৰ খবৰ পাবলৈ আমাৰ...




পদৰ সংখ্যা: 199

পদসমূহৰ বিৱৰণ:

1. Officer Gr. B (DR) - General: 156 টা

2. Officer Gr. B (DR) - Department of Economic and Policy Research (DEPR): 20 টা

3. Officer Gr. B (DR) - Department of Statistics and Information Management (DSIM): 23 টা

দৰমহা: 35150 – 62400 টকা।

বয়স: 21-30 বছৰ

আবেদনৰ মাচুল: 850 টকা (100 টকা SC/ST/PWD ৰ বাবে)।

কেনেকৈ আবেদন কৰিব: ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৱেবচাইটত 21/09/2019 পৰা 11/10/2019 লৈ আবেদন কৰিব লাগিব।

সম্পূৰ্ণ বিজ্ঞাপন 20/09/2019 তাৰিখত প্ৰকাশ কৰা হব।

চমু বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক
'