অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

15 Sept 2019

NABARD Recruitment 2019: Online Application Link Activated- Apply Online For 91 Posts Of Development Assistant

NABARD Recruitment 2019

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংক চমুকৈ নাবাৰ্ডত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে



মোবাইল যোগেদি পোনপ্ৰথমে চাকৰিৰ খবৰ পাবলৈ আমাৰ...




Details of Posts

পদৰ সংখ্যা: 91 টা

পদৰ নাম: Development Assistant

1. Development Assistant: 82 টা
  • বয়স: আবেদনকাৰীৰ বয়স 01/09/2019 তাৰিখত 18 পৰা 35 বছৰৰ ভিতৰত হব লাগিব।
  • শিক্ষাগত অৰ্হতা : আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা 50% নম্বৰ সহ স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব
  • দৰমহা: 13150-34990 টকা


2. Development Assistant (Hindi): 09 টা
  • বয়স: আবেদনকাৰীৰ বয়স 01/09/2019 তাৰিখত 18  পৰা 35 বছৰৰ ভিতৰত হব লাগিব।
  • শিক্ষাগত অৰ্হতা : আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়,প্ৰতিষ্ঠানৰ পৰা 50% নম্বৰ সহ স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব, লগতে স্নাতক ডিগ্ৰীত হিন্দী আৰু ইংৰাজী এটা বিষয় হিচাপে থাকিব লাগিব।
  • দৰমহা: 13150-34990 টকা

আবেদনৰ মাচুল: 500 টকা (50 টকা  SC/ST/PWD  বাবে)


NABARD Recruitment 2019


How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 02/102019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব...

Important Dates

NABARD Recruitment 2019

Important Link

অনলাইন আবেদন লিংক: ইয়াতক্লিককৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিক কৰক