অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

11 Sept 2019

কৰ আয়ুক্তৰ অফিচত ১৮ নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Last Chance to Apply Online- Extended to 15 September


Office the Commissioner of Taxes Recruitment 2019

অসম কৰ আয়ুক্তৰ অফিচত খালী হোৱা 18 টা নিম্নবৰ্গৰ সহায়ক পদৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে আছে এটা Important খবৰ।  যিসকলে অফলাইন যোগেদি আবেদন কৰিছিল তেওলোকে পুনৰ বিভাগীয় ৱেবচাইট www.comtax.assam.gov.in গৈ 15/09/2019 আগত অনলাইন আবেদন কৰিব লাগিব

অনলাইন আবেদন লিংক 15/09/2019 তাৰিখলৈ থাকিব


কোনো নতুন আবেদন গ্ৰহন কৰা নহয়। মাত্ৰ যিসকলে অন্তিম তাৰিখৰ আগতে অফলাইন আবেদন কৰিছিল তেওঁলোকৰ হে আবেদন গ্ৰহণ কৰা হব। 

যিসকলে অনলাইন আবেদন কৰিব তেওঁলোকৰহে এডমিত আহিব। আৰু এয়া হৈছে অনলাইন আবেদনৰ অন্তিম সুযোগ। ইয়াৰ পিছত আকৌ সময় সীমা বৃদ্ধি কৰা নহব।

List of candidates who submitted offline applicationClick Here 

Apply Online: Click Here 

Full Advertisement: Click Here


Official Notice
Office the Commissioner of Taxes Recruitment 2019