অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

8 Sept 2019

শিৱসাগৰ জিলা মীনবিভাগত চাকৰি: Department of Fisheries, Sivasagar Recruitment 2019

Department of Fisheries, Sivasagar Recruitment 2019


Department of Fisheries, Sivasagar Recruitment 2019

Application are invited from Indian Citizen in the prescribed Standard Form as published in Assam Gazette Part-IX from the intending eligible candidate for filling up [he vacant post as mentioned below in the office of the Assistant Engineer (UAZ) Joysagar, Department of Fisheries. Dist- Sivasagar, Assam.

Details of Posts

পদৰ নাম: নিম্নবৰ্গৰ সহায়ক

পদৰ সংখ্যা: 01 টা (UR-01)



Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব
2. কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000-49,000 টকা + GP: 6,200 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 26/09/2019 তাৰিখৰ ভিতৰত Standard Form of Application ত সকলো নথিসহ By Post আবেদন কৰিব লাগিব।

ঠিকনা:

To the Assistant Engineer (UAZ). Joysagar, Department or Fisheries, P.O. Joysagar, District- Sivasagar (Assam), PIN-785665.

Important Dates

আবেদনৰ অন্তিম তাৰিখ: 26/09/2019

Important Link

Standard Form of Applicationইয়াত ক্লিক কৰক

Important Points for Applicants

1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব।
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে।
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব।
4. আবেদনৰ লগত 1 কপি পাচপৰ্ট ফটো দিব লাগিব।
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব।
6. লগতে 10 টকাৰ পোষ্টেল ষ্টাম্প থকা 22x10 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব।
7. আবেদনকাৰীক লিখিত পৰীক্ষাৰ আৰু কম্পিউটাৰ টেষ্টৰ দ্বাৰা বাচনি কৰা হব।