অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

16 Sept 2019

কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীত ৯১৪ টা কনিষ্টবল পদত নিযুক্তি: CISF Recruitment 2019: 914 Constable/ Tradesmen Posts


CISF Recruitment 2019

CISF Recruitment 2019

কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীত খালী হোৱা নিম্ন উল্লেখিত ৯১৪ টা কনিষ্টবল পদত নিযুক্তি বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে


মোবাইল যোগেদি পোনপ্ৰথমে চাকৰিৰ খবৰ পাবলৈ আমাৰ...



Details of Posts

পদৰ সংখ্যা: 914 টা

Name of Posts
No. of Posts
Regular vacancies
1. Constable / Cook
350
2. Constable / Cobbler

13
3. Constable / Barber

109
4. Constable / Washer-man

133
5. Constable / Carpenter

14
6. Constable / Sweeper

270
7. Constable / Painter

6
8. Constable / Mason

5
9. Constable / Plumber

4
10. Constable / Mali

4
11. Constable / Electrician

3
Back-log vacancies
1. Constable / Cobbler

1

2. Constable / Barber

2

Educational Qualification

কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা উচ্চ মাধ্যমিক (HSLC) উত্তীৰ্ণ হব লাগিব

Age Limit

1. আবেদনকাৰীৰ বয়স 01/08/2019 তাৰিখত 18 পৰা 43 বছৰৰ ভিতৰত হব লাগিব।
2. OBC/SC/ST বাবে  বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Application Fees

  • এই পদসমূহত আবেদনৰ বাবে UR/OBC/EWS প্ৰাৰ্থীয়ে 100/- মাচুল দিব লাগিব।
  • SC/ST/Ex Servicemen প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 22/10/2019 তাৰিখৰ ভিতৰত নিম্ন উল্লেখিত Form of Application সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনা:
DIG, CISF (North East Zone) HQrs., Guwahati Beharbari, Near A.G.Colony, Hockey Stadium Road, Post-Basistha, Dist-Kamrup, Assam - 781029.

আবেদনৰ অন্তিম তাৰিখ: 22/10/2019 (For North East region 29.10.2019)

Important Link


সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক