অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

30 Sept 2019

Central Coalfields Ltd Recruitment 2019: Apply Online For 750 Posts

Central Coalfields Ltd Recruitment 2019


আবেদনৰ অন্তিম তাৰিখ: 15/10/2019

Central Coalfields Ltd Recruitment 2019

ক'ল ইণ্ডিয়াৰ অধীনস্থ চেণ্ট্ৰেল ক'ল ফিল্ড লিমিটেডত খালী হোৱা নিম্ন উল্লেখিত এপ্ৰেনটিচ পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Coal India Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  750 টা

খালী হোৱা বিভিন্ন বিভাগ সমূহ হ'ল...

1. Fitter 
  • পদৰ সংখ্যা: 250
  • অৰ্হতা: 10th Class Pass + ITI in Fitter Trade

2. Welder 

  • পদৰ সংখ্যা: 40 
  • অৰ্হতা: 8th passed and ITI in Welder Trade

3. Electrician  

  • পদৰ সংখ্যা: 360
  • অৰ্হতা10th passed and ITI in Electrician Trade

4. 
Mechanic

  • পদৰ সংখ্যা: 45   
  • অৰ্হতা: ITI in Mechanic earth moving machinery/ Mechanic & repair of heavy vehicle

5. Computer Operator & Pro. Assistance

  • পদৰ সংখ্যা: 15    
  • অৰ্হতাAny Graduation

6. 
Pump Operator cum Mechanic:

  • পদৰ সংখ্যা05
  • অৰ্হতা: ITI in plumbing

7. 
Machinist

  • পদৰ সংখ্যা: 20
  • অৰ্হতা: ITI in respective trade

8. Turner:

  • পদৰ সংখ্যা: 15    
  • অৰ্হতা: ITI in respective trade

    Coal India Recruitment 2019: Age Limit

    আবেদনকাৰীৰ বয়স 15/10/2019 তাৰিখত 18-30 বছৰ হব লাগিব। এছ ছি/ এছ টি বাবে 27 বছৰ হব লাগিব।

    Application Fees

    এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে আবেদন মাচুল দিব লাগিব...
    • 1. এছ ছি/ এছ টি/ মহিলা/ সংখ্যালঘু/ Ex Service man/ আৰ্থিক ভাৱে পিছপৰা শ্ৰেণী: 180 টকা
    • 2. অন্যান্য শ্ৰেণী: 350 টকা
    Note: CBT পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত এই মাচুল বেংক ফিছ কাটি কেনে ঘুৰাই দিয়া হব।

    Coal India Recruitment 2019: How to Apply

    পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছে। অহা 19/10/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

    Important Dates

    • 1. অনলাইন আবেদন আৰম্ভ হব: 16/09/2019
    • 2. অনলাইন অন্তিম তাৰিখ: 15/10/2019

    Important Link

    অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক
    সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক