অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

10 Sept 2019

সৰ্বশিক্ষা অভিযান মিচন, বাকসাত চাকৰি: Axom Sarba Siksha Abhijan (SSA), Baksa Recruitment 2019

Axom Sarba Siksha Abhijan (SSA), Baksa Recruitment 2019

Axom Sarba Siksha Abhijan (SSA), Baksa Recruitment 2019

অসম সৰ্বশিক্ষা অভিযান মিছন, বাকসা জিলাৰ অধীনত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিক্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ মহিলা প্ৰাথীৰ পৰা আবেদন বিছাৰি সৰ্বশিক্ষা অভিযান মিচন, বাকসা কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।


Details of Posts

পদৰ সংখ্যা:  02 টা
পদৰ নাম: সহকাৰী ৰান্ধনী: 02 টা

Educational Qualification

কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা VIII উত্তীৰ্ণ কৰা হব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 8000 টকা দৰমহা দিয়া হব।

Age Limit

আবেদনকাৰীৰ বয়স 30-45 বছৰৰ ভিতৰত হব লাগিব।



Application Fees

এই পদত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 17/09/2019 তাৰিখৰ ভিতৰত Plain Paper ত সকলো নথিসহ আবেদন কৰিব লাগিব।
Office of the District Mission Coordinator, SSA, Baksa

Place of Posting:

১. কস্তুৰবা গান্ধী বালিকা (আবাসিক) বিদ্যালয়, তামোলপুৰ

২. কস্তুৰবা গান্ধী বালিকা (আবাসিক) বিদ্যালয়, নাগ্ৰীজুলী

------------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক



প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক