Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

15 Sep 2019

আসাম ট্ৰিবিউন গ্ৰুপত চাকৰি: Assam Tribune Recruitment 2019 @Accounts Executive


Assam Tribune Group Recruitment 2019


Assam Tribune Group Recruitment 2019

আসাম ট্ৰিবিউন গ্ৰুপত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

মোবাইল যোগেদি পোনপ্ৰথমে চাকৰিৰ খবৰ পাবলৈ আমাৰ...



Details of Posts

পদৰ সংখ্যা: 01 টা

পদৰ নাম: Accounts Executive

Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা B.Com. ডিগ্ৰী লাভ কৰা হব লাগিব

Experience: At least 5 years in a fully computerized environment in a daily newspaper with experience in newsprint stock maintenance as guided by ABC & RNI.

Age Limit

আবেদনকাৰীৰ বয়স 40 বছৰৰ ভিতৰত হব লাগিব।

How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 10 দিনৰ ভিতৰত Bio-data  সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনা:
The Personnel Officer, Assam Tribune Private Ltd, M. R. D. Road, Chandmari, Guwahati -781003  

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াতক্লিককৰক
'