অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Sept 2019

ডিফু মেডিকেল কলেজত খালী হোৱা 205 নাৰ্ছ পদৰ ৰিজাল্ট ঘোষণা: Result For Staff Nurse of Diphu Medical College Recruitment 2019

Result For Staff Nurse of Diphu Medical College Recruitment 2019


Result For Staff Nurse of Diphu Medical College Recruitment 2019

যিসকলে ডিফু মেডিকেল কলেজত খালী হোৱা নাৰ্ছ পদৰ বাবে আবেদন কৰিছিল আৰু 25/08/2019 তাৰিখত লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তেওঁ লোকৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। 

উক্ত পৰীক্ষাৰ বাবে ৰিজাল্ট সমূহ 03/09/2019 তাৰিখৰ পৰা www.dme.assam.gov.in ত উপলব্ধ হব। উপৰোক্ত ৱেবচাইটৰ পৰা ৰিজাল্ট সমূহ ডাউনলোড কৰিব লাগিব।

Highlight

1. Name of Posts: Staff Nurse (205 Posts)

2. Date of Written Test: 25/08/2019

3. Result Date: 03/09/2019

How to Check Result

1. প্ৰথমতে www.dme.assam.gov.in ত লগ ইন কৰিব।
2. তাৰ পিছত Result For Staff Nurse of  Assam Hills Medical College বিচাৰিব।
3. তাৰ পিছত নিজৰ Roll No. ভৰাব।
4. Result কৰি প্ৰিণ্ট কৰিব।