অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

1 Sept 2019

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনত 197 টা পদৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা: ASRLM Recruitment 2019 Admit Card, Exam Date


Assam State Rural Livelihood Mission Recruitment 2019

Assam State Rural Livelihood Mission Recruitment 2019

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মিছনৰ অধীনত খালী হোৱা 197 টা পদ  লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হব।

উক্ত পৰীক্ষাৰ বাবে এডমিত কাৰ্ড সমূহ অহা 5 ছেপ্টেম্বৰৰ পৰা উপলব্ধ হব।


এডমিত কাৰ্ড ডাউনলোড লিংক: ইয়াত ক্লিক কৰক

পৰীক্ষাৰ সময়সূচী:

পদ অনুসৰি পৰীক্ষাৰ সময়সূচী এনেধৰণৰ...
ASRLM Recruitment 2019

পৰীক্ষাৰ চিলেবাছ:

পদ অনুসৰি চিলেবাছ এনেধৰণৰ...

ASRLM Recruitment 2019

পৰীক্ষাৰ বাবে বিভাগীয় জাননী পঢ়ক: ইয়াত ক্লিক কৰক

বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

Assam State Rural Livelihood Mission Recruitment 2019: Details of Posts

মুঠ পদৰ সংখ্যা: 197 টা

বিভিন্ন ক্ষেত্ৰৰ পদসমূহ হল-

1. State Project Manager (NFL): 01টা
2. Project Manager (HR): 01টা
3. Project Executive (FA): 01টা
4. Project Assistant (SI, SD): 01টা
5. Dist. Project Manager: 03টা
6. Dist. Functional Expert (SM, IB & CV): 02টা
7. Dist. Functional Expert (L & M): 08টা
8. Dist. Functional Expert (FI): 07টা
9. Dist. Functional Expert (Skill): 01টা
10. Dist. Account Manager: 02টা
11. Dist. MIS Manager: 15টা
12. Block Project Manager: 02টা
13. Block Coordinator: 141টা
14. Block Coordinator (MKSP): 05টা
15. Block Coordinator (SVEP APP): 03টা
16. MIS Account Cum Assistant: 04টা