অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

9 Aug 2019

SSC Recruitment 2019: Apply Online For 1350 Selection Posts

Staff Selection Commission Recruitment 2019


Staff Selection Commission Recruitment 2019

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা ১৩৫০ টা পদ পূৰণৰ বাবে Staff Selection Commission চমুকৈ SSC এ বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Vacancies

মুঠ পদৰ সংখ্যাঃ ১৩৫০
পদৰ নাম:

Educational Qualification

শিক্ষাগত অৰ্হতা পদ অনুসৰি বেলেগ বেলেগ। মেট্ৰিকৰ পৰা স্নাতক পৰ্যায়ৰ লৈকে সকলোৱে আবেদন জনাব পাৰিব।

Age Limit 

০৫-০৮-২০১৯ তাৰিখত আবেদনকাৰীৰ বয়স ১৮ ৰ পৰা ৪০ বছৰ  হব লাগিব।  SC/ST/OBC/ PWDs/ Ex.-SM আদি প্ৰাৰ্থীৰ বাবে  চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চ সীমা ৰেহাইৰ ব্যৱস্থা থাকিব।

Application Fees

প্ৰাৰ্থীসকলে ১০০ টকা আবদেনৰ মাচুল অনলাইন যোগে জমা দিব লাগিব। মহিলা প্ৰাৰ্থী আৰু SC, ST, PWD সকলে কোনো ধৰণৰ আবেদনৰ মাচুল দিব নালাগে।

How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 02/09/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব l

Important Dates

  • 1. অনলাইন আবেদন আৰম্ভ হব06-08-2019
  • 2. অনলাইন আবেদন সমাপ্ত হব31-08-2019 (up to 5.00 P.M.)
  • 3. পৰীক্ষাৰ তাৰিখ: 14-10-2019 ৰ পৰা 18-10-2019

Important Link