অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

8 Aug 2019

Social Welfare Assam Recruitments for MIS Officer, Coordinator


Social Welfare Assam Recruitment 2019

Social Welfare Assam Recruitment 2019

অসম সমাজ কল্যাণ সঞ্চালকালয়ত তলত উল্লেখ কৰা ঠিকাভিত্তিক পদৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে

1. পদৰ নাম: MIS Officer
  • পদৰ সংখ্যা: 01 টা
  • অৰ্হতা: স্নাতকোত্তৰ ডিগ্ৰী
  • অভিজ্ঞতা: 2-3 বছৰ
  • বয়স: 38 বছৰ
  • দৰমহা: 60,000 টকা প্ৰতি মাহে


2.
পদৰ নাম: ECCE Coordinator
  • পদৰ সংখ্যা: 01 টা
  • অৰ্হতা: স্নাতকোত্তৰ ডিগ্ৰী
  • অভিজ্ঞতা: 2-3 বছৰ
  • বয়স: 38 বছৰ
  • দৰমহা: 48,750 টকা প্ৰতি মাহে


নিযুক্তি স্থান: গুৱাহাটী

Selection Process:
লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰ।

How To Apply:
ইচ্ছুক প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা ঠিকনাত নিৰ্ধাৰিত আবেদন প্ৰত্ৰত সকলো নথি সহ 16/08/2019 তাৰিখে আবেলি 4 বজাৰ ভিতৰত পোৱাকৈ পঠাব লাগিব। আবেদন প্ৰত্ৰ বিভাগীয় ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগিব।

আবেদনৰ অন্তিম তাৰিখ: 16/08/2019

ঠিকনা: Office of the Directorate Social Welfare, Assam
Uzanbazaar,
Guwahati-01

সম্পূৰ্ণ বিজ্ঞাপন আৰু আবেদন প্ৰত্ৰৰ বাবে: ইয়াত ক্লিক কৰক