অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

6 Aug 2019

সৈনিক বিদ্যালয়, গোৱালপাৰাত শিক্ষক পদ খালী: School Goalpara, Assam Recruitment 2019, Walk-in-Interview

School Goalpara, Assam Recruitment 2019

School Goalpara, Assam Recruitment 2019

সৈনিক বিদ্যালয়গোৱালপাৰাত খালী হোৱা 01 টা Computer শিক্ষক পদৰ বাবে ইচ্ছুক আৰু যোগ্যতা সম্পন্ন পাৰ্থীৰ পৰা walk-in-interview বাবে আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে

পদৰ সংখ্যা:
TGT Computer Sccience & IT Manager: 01  টা (Contractual)

দৰমহা: (প্ৰতি মাহে)
TGT Computer Sccience & IT Manager: Rs. 22,000 (Fixed)

আবেদন মাচুল:
300 টকা বাবে আবেদন মাচুল ডীমান্ড ড্ৰাফ্টত Principal, Sainik School Goalpara  নামত দিব লাগিব

কেনেকৈ আবেদন কৰিব:
সকলোবোৰ নথি পত্ৰসহ আবেদন পত্ৰ ডিমান্ড ড্ৰাফ্টৰ সৈতে তলত দিয়া ঠিকনাৰত সাক্ষাৎকাৰত অৱতীৰ্ণ হব লাগিব

সাক্ষাৎকাৰৰ তাৰিখ:
সৈনিক বিদ্যালয়গোৱালপাৰা চৌদহত 16/08/2019 তাৰিখত সাক্ষাৎকাৰ অনুস্থিত হব  

সাক্ষাৎকাৰৰ ঠিকনা:
Principal, Sainik School Goalpara
PO- Rajapara, Goalpara, Assam
Pin- 783133
Ph No.: 03663287076


শিক্ষাগত অৰ্হতা আৰু সম্পূৰ্ণ বিজ্ঞাপন বাবে: Click Here
------------------------
Aslo Read: