অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

10 Aug 2019

Sankaradeva Nethralaya Recruitment 2019-Health Care Assistant (6 Posts): শংকৰদেৱ নেত্ৰালয়ত 6 টা পদত নিযুক্তি

Sankardeva Netralaya Recruitment 2019

Last Date: 17/08/2019

Sankardeva Netralaya Recruitment 2019 

শংকৰদেৱ নেত্ৰালয়ত খালী হোৱা তলত উল্লেখ কৰা পদসমূহৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

পদৰ সংখ্যা: 06 টা

Health Care Assistant: 06 টা

অৰ্হতা: উচ্চতৰ মাধ্যমিক আৰু sound computer knowledge and typing skill.

Nature of Duty: Patient Care

বয়স: 25 বছৰৰ ভিতৰত হব লাগিব।

কেনেকৈ আবেদন কৰিব:
ইচ্ছুক প্ৰাৰ্থীয়ে তলত দিয়া ঠিকনাত 17/08/2019 তাৰিখৰ ভিতৰত CV সহ আবেদন কৰিব লাগিব।

ঠিকনা:
The Manager (HR)
Sri Sankardeva Netralaya
96 Basista Road
Guwahati-28

Phone: 0361 2233444
Email: ssnhrm@gmail.com
Website: ssnguwahati.org