অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

30 Aug 2019

অসম পুলিচৰ বিদেশী ন্যায়াধীকৰনৰ ৰিজাল্ট ঘোষণা: Results of Assam Police Foreigners Tribunal Written Test

Results of Assam Police Foreigners Tribunal Written Test


Results of Assam Police Foreigners Tribunal Written Test

যোৱা 11/08/2019 আৰু 20/08/2019 তাৰিখত অনুষ্ঠিত হৈ যোৱা অসম পুলিচৰ বিদেশী ন্যায়াধীকৰনৰ Stenographer, Data Entry Operator, Copist, LDA, Typist আৰু Bench Assistant পদৰ বাবে লিখিত  পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হৈছে।


উত্তীৰ্ণ প্ৰাৰ্থীসকলে অহা 31/08/2019 তাৰিখত এডমিতত উল্লেখ কৰা ঠাই আৰু সময়ত কম্পিউটাৰ টেষ্টত অৱতীৰ্ণ হব লাগিব।

কম্পিউটাৰ টেষ্টৰ সময়ত প্ৰাৰ্থী সকলে তেওঁ লোকৰ সকলো অৰিজিনেল নথি পত্ৰ আৰু এটা ফটোষ্টেট কপি লগত আনিব লাগিব।

How to Check Assam Police Foreigners Tribunal Written Test

1. ৰিজাল্ট চাবলৈ প্ৰথমতে তলৰ লিংকত ক্লিক কৰক।
2. তাৰ পিছত অসম পুলিচৰ নিযুক্তি বোৰ্ডৰ ৱেবছাইট খোলা যাব।
3. তাত আপুনি Result অপচন বিচাৰিব।
4. তাত গৈ আপুনি আবেদন কৰা পদত ক্লিক কৰিব।
5. তাৰ পিছত এটা PDF ডাউনলোড হব।
6. তাত আপোনাৰ নামটো বিছাৰিব।

ৰিজাল্টৰ বাবে: ইয়াত ক্লিক কৰক

How to Download Admit Card for Assam Police Foreigners Tribunal Practical Test

1. এডমিত ডাউনলোড কৰিবলৈ প্ৰথমতে তলৰ লিংকত ক্লিক কৰক।
2. তাৰ পিছত অসম পুলিচৰ নিযুক্তি বোৰ্ডৰ ৱেবছাইট খোলা যাব।
3. তাত আপুনি Admit Card for Practical Test অপচন বিচাৰিব।
4. তাত গৈ আপুনি আবেদন কৰা পদত ক্লিক কৰিব।
5. তাৰ পিছত ৰোল নম্বৰ/এপ্লিকেচন নম্বৰ/মোবাইল নম্বৰ আৰু জন্মৰ তাৰিখ ভৰাওক।
6. তাৰ পিছত এটা PDF ডাউনলোড হব।
7. সেইটো প্ৰিন্ট দিয়ক।

এডমিত কাৰ্ডৰ বাবে: ইয়াত ক্লিক কৰক

এডমিত কাৰ্ড ডাউনলোড কৰাৰ সময়ত কিবা অসুবিধাৰ সন্মুখীন হলে তলৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে।

1. 9455874503
2. 9455874506
3. 9455874519