অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

28 Aug 2019

Purabi Dairy (WAMUL) Guwahati Recruitment 2019 @ Executive 3 Posts


Purabi Dairy (WAMUL) Guwahati Recruitment 2019 @ Executive 3 Posts

Purabi Dairy (WAMUL) Guwahati Recruitment 2019

পূৰবী হৈছে The West Assam Milk Product's Co-operative Union Limited চমুকৈ WAMUL দ্বাৰা প্ৰস্তুত কৰা গাখীৰ আৰু বিভিন্ন গাখীৰৰ পৰা উৎপাদন কৰা বস্তুৰ ব্ৰেন্ড নাম। গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত WAMUL হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক গাখীৰ তথা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীৰ সৰ্ববৃহৎ আৰু কাৰ্যকৰী ইউনিট। "পূৰবী" বৰ্তমান সময়ত অসম তথা উত্তৰ পূৱ ভাৰতৰ সকলোৰে চিনাকি তথা জনপ্ৰিয় ব্ৰেন্ড হবলৈ সক্ষম হৈছে

Details of Vacancy

উত্তৰ পূৰ্বাঞ্চলৰ এই সৰ্ববৃহৎ গাখীৰ উৎপাদনকাৰী কোম্পানী WAMUL খালী হোৱা বিভিন্ন পদ পূৰণ কৰিবলৈ উপযুক্ত তথা অৰ্হতা সম্পন্ন পাৰ্থী বিচৰা হৈছে

খালী হোৱা পদসমূহ এনেধৰনৰ
  • 1. Executive Project (Electrical/Mecanical):- 02
  • 2. Executive Project (Civil):- 01

Essential Qualification

পদসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা সমূহ হল...
1. Executive Project (Electrical/Mecanical): কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা B.E./বি.টেক. (মেকানিকেল বা ইলেকট্ৰিকেল) ডিগ্ৰী লাভ কৰা হব লাগিব, লগতে অতি কমেও 4 বছৰৰ work experience থাকিব লাগিব

2. Executive Project (Civil): কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা B.E./বি.টেক. (Civil) ডিগ্ৰী লাভ কৰা হব লাগিব, লগতে অতি কমেও 4 বছৰৰ work experience থাকিব লাগিব

Purabi Dairy (WAMUL) Guwahati Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 16/09/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

Important Dates

অনলাইন আবেদন সমাপ্ত হব16/09/2019 

Important Link