অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Aug 2019

উত্তৰ পূৱ সীমান্ত ৰেলৱেত চাকৰি: NF Railway Recruitment 2019 @Junior Clerk

NF Railway Recruitment 2019


NF Railway Recruitment 2019

উত্তৰ পূৱ সীমান্ত ৰেলৱেত খালী হোৱা তলত উল্লেখ কৰা পদ সমূহৰ বাবে ৰিটেয়াৰ্ড প্ৰাৰ্থীৰ পৰা অফলাইন আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Vacancies

1. জুনিয়ৰ ক্লাৰ্ক
পদৰ সংখ্যা: 01 টা
অৰ্হতা: গ্ৰেজুৱেত
অভিজ্ঞতা: 10 – 15 বছৰ
বয়স: 65 বছৰ সৰ্বোচ্চ।


2. OS (ইলেক্ট)
পদৰ সংখ্যা: 03 টা
অৰ্হতা: গ্ৰেজুৱেত
অভিজ্ঞতা: 10 – 15 বছৰ
বয়স: 65 বছৰ সৰ্বোচ্চ।

পদসমূহ গুৱাহাটীত নিযুক্তি দিয়া হব।

How to Apply

উপযুক্ত প্ৰাৰ্থীয়ে তলত দিয়া ঠিকনাত তলত উল্লেখ কৰা নথি সমূহৰ সৈতে আবেদন কৰিব লাগিব।

a) চাৰ্ভিছ চাৰ্টিফিকেট
b) Pensioner আইডি কাৰ্ড
c) Pension Payment Order.
d) বেংক পাছবুকৰ প্ৰথম পেজ
e) পান কাৰ্ড
f) 03 কপি পাছপৰ্ট ফটো

পদসমূহ সাক্ষাৎকাৰৰ জৰিয়তে বাচনি কৰা হব।

আবেদনৰ ঠিকনা: North East Frontier Railway, Guwahati- 781011.

আবেদনৰ অন্তিম দিন: 25/08/2019

Important Links

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

আবেদন প্ৰত্ৰ: ইয়াত ক্লিক কৰক