অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

26 Aug 2019

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোত মুঠ ৮৬ টা পদ খালী: ISRO Recruitment 2019

ISRO Recruitment 2019


আবেদনৰ অন্তিম দিন: ১৩ ছেপ্টেম্বৰ, ২০১৯


ISRO Recruitment 2019

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো (ISRO) ত খালী হোৱা মুঠ ৮৬ টা পদৰ বাবে আবেদন বিচাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থী সকলে আবেদনৰ বাবে বিভাগীয় ৱেবচাইট isro.gov.in ত লগ ইন কৰিব পাৰে।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা !(ISRO)ই ইয়াৰ হিউমেন স্পেছ ফ্লাইট চেন্টাৰ (HSFC)ৰ বাবে এই আবেদন পত্ৰ আহ্বান কৰিছে।

Last Date: ১৩ ছেপ্টেম্বৰ।


ISRO Recruitment 2019: Details of Vacancies

মুঠ পদৰ সংখ্যা-৮৬ টা

  • ফিটাৰৰ পদ -২০টা
  • ইলেকট্ৰনিক মেকানিক-১৫টা
  • প্লাম্বাৰ-২টা
  • ৱেল্ডাৰ-১টা
  • মেকানিষ্ট-১টা
  • ড্ৰাফট্ছমেন মেকানিকেল-১০টা
  • ড্ৰাফট্ছমেন ইলেকট্ৰিকেল-২টা
  • টেকনিকেল এছিষ্টেন্ট মেকানিকেল-২০টা
  • টেকনিকেল এছিষ্টেন্ট ইলেকট্ৰনিকছ-১২টা
  • টেকনিকেল এছিষ্টেন্ট চিভিল-৩টা

Educational Qualification: 

প্ৰাৰ্থী কমেও হায়াৰছেকেণ্ডাৰী বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে আই টি আই প্ৰমাণ পত্ৰ থাকিব লাগিব।

Age Limit: 

প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে বয়সৰ সীমা নিয়ম অনুসৰি ৰেহাই কৰা হ’ব।

ISRO Recruitment 2019: Application Fees

প্ৰাৰ্থীসকলে ২৫০ টকাৰ আবেদন মাছুল হিচাপে জমা দিব লাগিব

ISRO Recruitment 2019: Salary

  • টেকনিছিয়ান আৰু ড্ৰাফট্ছমেন: নিৰ্বাচিত প্ৰাৰ্থীসকলে মাহিলি ২১,৭০০ টকা দৰমহাৰ লগতে ডি এ লাভ কৰিব।
  • টেকনিকেল এছিষ্টেন্ট:  নিৰ্বাচিত প্ৰাৰ্থীসকলে মাহিলি ৪৪,৯০০ টকা পেস্কেলৰ লগতে ডি এসহ দৰমহা লাভ কৰিব।

ISRO Recruitment 2019: How to Apply

Step 1 : ISRO ৰ বিভাগীয় ৱেবছাইট isro.gov.in ত লগ ইন কৰক।

Step 2 : পেজটোৰ তলত থকা ‘Careers’ টেবত ক্লিক কৰক।

Step 3 : আপোনাক এটা নতুন Page লৈ যাবলৈ কোৱা হ’ব, Scoll কৰি তললৈ গৈ Human Space Flight Center (HSFC)ৰ লিংকটো বিচাৰক।

Step 4 : ‘Apply Online’ ত ক্লিক্ কৰক

Step 5 : Form Fillup কৰক, ফটো upload কৰক

Step 6 : Submit কৰক, Fees payment কৰক

Direct Apply Link: Click Here