অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

23 Aug 2019

বঙাইগাঁও জিলাত বহুতো হাইস্কুল শিক্ষক পদ খালী: Inspector of Schools Bongaigaon Recruitment 2019

inspector-of-school-bongaigaon-recruitment-2019


Inspector of Schools Bongaigaon Recruitment 2019

বঙাইগাঁও জিলাৰ অন্তৰ্গত তলত দিয়া প্ৰাদেশীকৃত হাইস্কুল আৰু হায়াৰছেকেণ্ডাৰী সমূহত খালী থকা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি বঙাইগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যলয়ে বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Posts

পদৰ নাম: সহকাৰী শিক্ষক ( হাইস্কুল)

Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 50% নম্বৰ লৈ সংশ্লিষ্ট বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।
2. কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B.Ed/B.T উত্তীৰ্ণ কৰা হব লাগিব, আৰু
3. হাইস্কুল টেট।

হিন্দী/ক্লাছিকেল শিক্ষক (সংস্কৃত/আৰবী) ৰ বাবে শিক্ষাগত অৰ্হতাঃ গ্ৰেজুৱেত শিক্ষক (হিন্দী): হিন্দী বিষয়ত প্ৰবীণ/ৰত্না হব লাগিব আৰু কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 50% নম্বৰ সহ B.A, B.Sc, B.Com বা হিন্দীক এটা বিষয় হিচাপে লৈ 50% নম্বৰ সহ স্নাতক ডিগ্ৰী ধাৰী হব লাগিব।NCTE ৰ স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা B.Ed/B.T Degree থাকিব লাগিব

গ্ৰেজুৱেত শিক্ষক (সংস্কৃত): সংস্কৃত বিষয়ত শাস্ত্ৰী হব লাগিব আৰু কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 50% নম্বৰ সহ B.A, B.Sc, B.Com বা সংস্কৃতক এটা বিষয় হিচাপে লৈ 50% নম্বৰ সহ স্নাতক ডিগ্ৰী ধাৰী হব লাগিব।NCTE ৰ স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা B.Ed/B.T Degree থাকিব লাগিব।

গ্ৰেজুৱেত শিক্ষক (আৰবী): আৰবী বিষয়ত FM হব লাগিব আৰু কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 50% নম্বৰ সহ B.A, B.Sc, B.Com বা আৰবী এটা বিষয় হিচাপে লৈ 50% নম্বৰ সহ স্নাতক ডিগ্ৰী ধাৰী হব লাগিব। কোনো NCTE ৰ স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা B.Ed/B.T Degree থাকিব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 60,500 টকা + GP: 8,700 টকা হিচাপত দৰমহা দিয়া হব।


আবেদন গ্ৰহণ কৰাৰ অন্তিম তাৰিখ: 27/08/2019


Medium of Instruction:

আবেদনকাৰী সকলৰ যদি মেট্ৰিকত মাতৃভাষা হিচাপে বঙালী বা হিন্দী বা অসমীয়া বিষয় নাছিল তেওঁলোকে বঙালী বা হিন্দী বা অসমীয়া মাধ্যমৰ বিদ্যালয়ত আবেদন জনাব নোৱাৰিব। কেৱল মাতৃভাষা হিচাপে এইকেইটা বিষয় থকা সকলেহে পাৰিব।

How to Apply

ইচ্ছুক অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে নিদিষ্ট আবেদন প্ৰত্ৰত বিদ্যালয় পৰ্যায়ত প্ৰধান শিক্ষক বা অধ্যক্ষৰ কাৰ্যলয়ত আবেদন কৰিব লাগিব। আবেদন প্ৰত্ৰ www.madhyamik.assam.gov.in ৰ পৰা ডাউনলোড কৰিব লাগিব।

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: Click Here