অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

25 Aug 2019

ভাৰতীয় ৰেলৱেত ৩১৩ টা পদ খালী: Indian Railway Recruitment 2019 @313 Posts

Indian Railway Recruitment 2019

Indian Railway Recruitment 2019

ছাউথ ইষ্ট চেণ্ট্ৰেল ৰেলৱেত খালী হোৱা তলত উল্লেখ কৰা বিভিন্ন পদৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলে বিভাগীয় ৱেবছাইটত গৈ অনলাইনত আবেদন কৰিব পাৰে।

Details of Posts

মুঠ পদৰ সংখ্যা – 313 টা

নাগপুৰ ডিভিছনৰ বাবে

  • Fitter – 26 টা
  • Carpainter – 20 টা
  • Welder -20 টা
  • PASSA/ COPA – 30 টা
  • Electronics Mechanic – 4 টা
  • Power Mechanics – 2 টা
  • Mechanic Machine Tool Maintenance – 2 টা
  • Diesel Mechanic – 60 টা
  • Upholsterer (Trimmer) – 2 টা
  • Dearer – 2 টা


For Workshop Motibarh

  • Filler – 5 টা
  • Welder 9 ট
  • Stenographer (English) – 1 টা


Important Dates

অনলাইন আবেদনৰ অন্তিম তাৰিখ – August 29, 2019 (6 PM)

Eligibility Criteria


  • বয়স: 15 ৰ পৰা 24 বছৰৰ ভিতৰত।
  • শিক্ষাগত অৰ্হতা: 50% নম্বৰ লৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ।
  • আবেদনৰ মাচুল: 100 টকা


How to Apply


পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 29/08/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব



Important Link

অনলাইন আবেদন লিংক: ইয়াতক্লিককৰক