অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

13 Aug 2019

ভাৰতীয় নৌসেনা বাহিনীত চাকৰি: Indian Coast Guard Recruitment 2019

Indian Coast Guard Recruitment 2019


Indian Coast Guard Recruitment 2019

ভাৰতীয় উপকূলৰক্ষী বাহিনীত খালী হোৱা নিম্ন উল্লেখিত নাবিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।


Details of Posts

পদৰ সংখ্যা:  পদৰ সংখ্যা অতি সোনকালে ঘোষণা কৰা হব।

পদৰ নাম: নাৱিক (GD)

Educational Qualification

1. কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক বিজ্ঞান বিভাগত উত্তীৰ্ণ হব লাগিব।
2. SC আৰু ST ৰ বাবে 45% হলেও হব।

Age Limit

1. আবেদনকাৰীৰ বয়স 18 ৰ পৰা 22 বছৰৰ ভিতৰত হব লাগিব। অৰ্থাৎ 01/02/1998 ৰ পৰা 31/01/2002 ৰ ভিতৰত জন্ম হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব।

How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছে। অহা 01/09/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব।

Mode of Selection

লিখিত পৰীক্ষা আৰু শাৰীৰিক পৰীক্ষাৰ দ্বাৰা এই পদসমূহ পূৰণ কৰা হব।

Important Dates


  • অনলাইন আবেদন আৰম্ভ হব: 26/08/2019
  • অনলাইন আবেদন সমাপ্ত হব: 01/09/2019


Important Link

অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক (Available on 26/08/2019)

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক