অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 


Facebook Page 
 Android App 

23 Aug 2019

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসমৰ এডমিত কাৰ্ড আৰু পৰীক্ষাৰ তাৰিখ: Health & FW Deptt, Assam Admit Card, Exam Date 2019

Health & FW Deptt, Assam Admit Card, Exam Date 2019


Health & FW Deptt, Assam Admit Card, Exam Date 2019

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম এ (Health & FW Deptt, Assam Cum-Director of Health Services (FW) Assam) ইয়াৰ অধীনত খালী হোৱা 189 টা Grade-III আৰু 65 টা Grade-IV পদৰ বাবে লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। ইয়াৰ অধীনত খালী হোৱা Computor/Field & Evaluation Worker/ L.D. Asstt/ Field Worker/ Social Worker & Grade IV পদৰ বাবে অহা 08 ছেপ্টেম্বৰ তাৰিখে লিখিত পৰীক্ষা অনুষ্ঠিত হব। এই পৰীক্ষাৰ বাবে  Admit এডমিত কাৰ্ড সমূহ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৱেবছাইট www.dhsfw.assam.gov.in ত উপলব্ধ হব। পূৰ্বতে এই পৰীক্ষা 27 জানুৱাৰী, 2019 ত অনুষ্ঠিত হোৱা কথা আছিল।


DHS (FW) Vacancy Details :

মুঠ পদৰ সংখ্যা: 254 টা
পদৰ নাম:
  • Computor
  • Field Worker
  • Social Worker
  • Field & Evaluation Worker
  • L. D. Assistant
  • Grade-IV

পৰীক্ষাৰ তাৰিখ: 08 ছেপ্টেম্বৰ, 2019

পৰীক্ষাৰ কেন্দ্র: 
Nalbari, Nagaon, Cachar, Bongaigaon, Dhubri, Lakhimpur, Dibrugarh, Jorhat and Kamrup (M)

Important Links

এডমিত কাৰ্ড ডাউনলোড: ইয়াত ক্লিক কৰক (Active Now)

বিভাগীয় ৱেবছাইট: ইয়াত ক্লিক কৰক