Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

9 Aug 2019

Fishery Development Office Kamrup Recruitment 2019 @Junior Assistant

Fishery Development Office Kamrup Recruitment 2019


আবেদনৰ অন্তিম তাৰিখ: 31/08/2019

Fishery Development Office Kamrup Recruitment 2019


Fishery Development Office কামৰূপৰ গুৱাহাটী আৰু ৰঙিয়াত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ নাম: কনিষ্ঠ সহায়ক

পদৰ সংখ্যা: 05  টা [UR-2, OBC/MOBC-2, ST(P)-1 ]
  • Fishery Development Office Kamrup, Guwhati - 3 Posts
  • Sub Divisional Fishery Development Office, Rangia - 2 Posts

Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব আৰু কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব।



Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 60,500 টকা + GP: 6,200 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit

1. আবেদনকাৰীৰ বয়স 01/07/2019 তাৰিখত 18 পৰা 38 বছৰৰ ভিতৰত হব লাগিব।

2. OBC বাবে 3 বছৰ আৰু SC/ST বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 31/08/2019 তাৰিখৰ ভিতৰত Standard Form of Application সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনা: District Fishery Development Officer Kamrup, Guwahati, P.O.- Gopinath Nagar, Pin-781016 ,Surabala Devi Path

Important Dates

আবেদনৰ অন্তিম তাৰিখ: 31/08/2019

Important Link

Standard Form of Application: ইয়াত ক্লিক কৰক

Important Points for Applicants

1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব
4. আবেদনৰ লগত 3 কপি পাচপৰ্ট ফটো পিছফালে Signature কৰি দিব লাগিব
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব
6. লগতে 10 টকাৰ পোষ্টেল ষ্টাম্প থকা 22x10 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব
7. আবেদনকাৰীক লিখিত পৰীক্ষাৰ আৰু কম্পিউটাৰ টেষ্টৰ দ্বাৰা বাচনি কৰা হব

'