অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

29 Aug 2019

অসম চৰকাৰৰ মীন উন্নয়ন বিভাগত ১২ টা পদ খালী: Fishery Development Office, Assam Recruitment 2019

Fishery Development Office, Assam Recruitment 2019

Fishery Development Office, Assam Recruitment 2019

অসম চৰকাৰৰ অধীনষ্ঠ তলত উল্লেখ কৰা জিলা সমূহৰ মীন উন্নয়ন বিষয়াৰ কাৰ্যলয়ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Posts

  • পদৰ নাম: কনিষ্ঠ সহায়ক
  • পদৰ সংখ্যা: 12 টা

1. মীন উন্নয়ন বিষয়াৰ কাৰ্যলয়, কামৰূপ
  • পদৰ সংখ্যা: 05 টা
  • আবেদনৰ অন্তিম দিন: 31/08/2019
আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক

2. মীন উন্নয়ন বিষয়াৰ কাৰ্যলয়, গোৱালপাৰা
  • পদৰ সংখ্যা: 02 টা
  • আবেদনৰ অন্তিম দিন: 12/09/2019
আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক

3. মীন উন্নয়ন বিষয়াৰ কাৰ্যলয়, নলবাৰী
  • পদৰ সংখ্যা: 02 টা
  • আবেদনৰ অন্তিম দিন: 01/09/2019
আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক

4. মীন উন্নয়ন বিষয়াৰ কাৰ্যলয়, বৰপেটা
  • পদৰ সংখ্যা: 01 টা
  • আবেদনৰ অন্তিম দিন: 20/09/2019
আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক

5. মীন উন্নয়ন বিষয়াৰ কাৰ্যলয়, লক্ষীমপুৰ
  • পদৰ সংখ্যা: 02 টা
  • আবেদনৰ অন্তিম দিন: 10/09/2019
আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক

Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব
2. কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000-49,000 টকা + GP: 6,200 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।

Standard Form of Applicationইয়াত ক্লিক কৰক

Important Points for Applicants

1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব।
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে।
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব।
4. আবেদনৰ লগত 1 কপি পাচপৰ্ট ফটো দিব লাগিব।
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব।
6. লগতে 10 টকাৰ পোষ্টেল ষ্টাম্প থকা 22x10 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব।
7. আবেদনকাৰীক লিখিত পৰীক্ষাৰ আৰু কম্পিউটাৰ টেষ্টৰ দ্বাৰা বাচনি কৰা হব।