অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

25 Jun 2020

CTET July 2020: Exam Date Postponed

CTET July 2020: Exam Date Postponed

CTET July 2020
Central Teacher Eligibility Test অৰ্থাৎ চমুকৈ CTET কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা আয়োজন কৰা শিক্ষক যোগ্যতা নিৰূপণ পৰীক্ষা। প্ৰতিবছৰে দুবাৰকৈ এই পৰীক্ষা অনুষ্ঠিত হয়। বৰ্তমান কেন্দ্ৰীয় মাধ্যামিক শিক্ষা বোৰ্ড অৰ্থাৎ CBSE এ এই পৰীক্ষা আয়োজন কৰাৰ দ্বায়িত্ব গ্ৰহণ কৰি আহিছে। পৰবৰ্তী CTET Exam July মাহৰ 5 তাৰিখত অনুষ্ঠিত হব।

CTET দুটা শাখাত অনুষ্ঠিত হয়...
1. Paper 1: এই শাখা প্ৰাথমিক বিদ্যালয়ত (Class 1 to 5) শিক্ষক হব খোজা পাৰ্থীৰ বাবে অনুষ্ঠিত কৰা হয়।
2. Paper 2: এই শাখা উচ্চ প্ৰাথমিক বিদ্যালয়ত (Class 6 to 8) শিক্ষক হব খোজা পাৰ্থীৰ বাবে অনুষ্ঠিত কৰা হয়।

CTET July 2020: Exam Date

Exam Date: Postponed

CTET July 2020: Exam Date Postponed


CTET July 2020: Eligibility Criteria

For Class I to V
1. 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু দুবছৰীয়া D.El.Ed উত্তীৰ্ণ।
2. 45% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু দুবছৰীয়া D.El.Ed উত্তীৰ্ণ। (NCTE Notification 2002 মতে)
3. 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু চাৰি বছৰীয়া B.El.Ed উত্তীৰ্ণ।
4. 50% নম্বৰ লৈ স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু B.Ed উত্তীৰ্ণ।
5. স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু D.El.Ed উত্তীৰ্ণ।
6. 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক/স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু দুবছৰীয়া D.El.Ed ৰ বা B.Ed. ৰ শেষৰ বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ।


For Class VI to VII

1. যিকোনো বিষয়ত স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু দুবছৰীয়া D.El.Ed উত্তীৰ্ণ।
2. 50% নম্বৰ লৈ স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু B.Ed উত্তীৰ্ণ।
3. 45% নম্বৰ লৈ স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু B.Ed উত্তীৰ্ণ।
4. 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু চাৰি বছৰীয়া B.El.Ed
5. 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু চাৰি বছৰীয়া B.Sc.Ed/ B.A.Ed.
6. যিকোনো বিষয়ত স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু দুবছৰীয়া D.El.Ed/ B.Ed. ৰ শেষৰ বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ।

Note: Any candidate having qualified B.Ed. Programme recognized by the NCTE is eligible to appear in TET/CTET. Moreover, as per the existing TET guidelines circulated vide NCTE letter dated 11-02-2011, a person who is pursuing any of the teacher education courses (recognized by the NCTE or the RCI, as the case may be) specified in the NCTE Notification dated 23rd August 2010 is also qualified to appear in the TET/CTET

CTET July 2020: Application FeesCTET July 2020

CTET July 2020: How to Apply
অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে 

CTET July 2020: Apply Date
  1. অনলাইন আবেদন আৰম্ভ হব: 24-01-2020
  2. অনলাইন আবেদন সমাপ্ত হব: 24-02-2020 09/03/2020

CTET July 2020: Important Link

অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক 

সম্পূৰ্ণ Notice পঢ়ক: ইয়াত ক্লিক কৰক

CTET July 2020: Qualifying Marks 
CTET উত্তীৰ্ণ হবলৈ হলে সাধাৰণ শ্ৰেণীৰ পাৰ্থীয়ে 60% নম্বৰ পাব লাগিব। আনহাতে OBC/SC/ST শ্ৰেণীৰ পাৰ্থীয়ে 55% নম্বৰ পালেই এই পৰীক্ষাত উত্তীৰ্ণ হব পাৰিব।

CTET July 2020: Syllabus

Syllabus for Paper 1
মুঠ নম্বৰ: 150
  • 1. ভাষা : 30 নম্বৰ
  • 2. ভাষা : 30 নম্বৰ
  • 3. শিশু বিকাশ আৰু শিক্ষণবিদ্যা: 30 নম্বৰ
  • 4. পৰিবেশ অধ্যয়ন: 30 নম্বৰ
  • 6. সাধাৰণ গণিত: 30 নম্বৰ

Syllabus for Paper 2
মুঠ নম্বৰ: 150
  • 1. ভাষা : 30 নম্বৰ
  • 2. ভাষা : 30 নম্বৰ
  • 3. শিশু বিকাশ আৰু শিক্ষণবিদ্যা: 30 নম্বৰ
  • 4. (a) গণিত আৰু বিজ্ঞান শিক্ষকৰ বাবে:
  •   সাধাৰণ গণিত আৰু বিজ্ঞান: 60 নম্বৰ
  •     (b) কলা শাখাৰ শিক্ষকৰ বাবে:
  •      সমাজ বিজ্ঞান: 60 নম্বৰ