অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

4 Aug 2019

অসম পুলিচ ফৰেইনাৰ ট্ৰিবূনেল এডমিত কাৰ্ড: Assam Police Foreigners Tribunal Admit Card, Download Now

Assam Police Foreigners Tribunal Admit Card

Assam Police Foreigners Tribunal Admit Card

অসম পুলিচৰ অধীনত খালী হোৱা 2000 পদৰ লিখিত পৰীক্ষাৰ এডমিত কাৰ্ডসমূহ 05/08/2019 তাৰিখৰ পৰা অসম পুলিচৰ ৱেবছাইটত উপলব্ধ হব। যিসকলে অসম পুলিচৰ এই 2000 পদত আবেদন কৰিছিল তেওলোকে তলত দিয়া লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব।

Highlight

  • Organization: Assam Police
  • No. of Posts: 2000
  • Date of Exam: 11/08/2019


এডমিত কাৰ্ড ডাউনলোড কৰক: ইয়াত ক্লিক কৰক

অসম পুলিচৰ ৱেবছাইট: ইয়াত ক্লিক কৰক

অসম পুলিচৰ সম্পূৰ্ণ বিজ্ঞাপন পঢ়িবলৈ: ইয়াত ক্লিক কৰক

-----------------------------
Related:

অসম পুলিচৰ ফৰেইনাৰ ট্ৰিবূনেলৰ লিখিত পৰীক্ষাৰ চিলেবাছ চাওক