অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

1 Aug 2019

অসম পেট্ৰ' কেমিকেল লিমিটেডত 31 পদ খালী :Assam Petro Chemicals Ltd Recruitment 2019, (31 Posts)


Assam Petro Chemicals Ltd. Recruitment 2019


Last Date: 19/08/2019

Assam Petro Chemicals Ltd. Recruitment 2019 

অসম পেট্ৰ' কেমিকেল লিমিটেডত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিত্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা31  টা

1. Helper: 13 টা

বয়সঃ সৰ্বোচ্চ 43 বছৰৰ ভিতৰত হব লাগিব

শৈক্ষিক অৰ্হতাঃ নুন্যতম VIII উত্তীৰ্ণ  হব লাগিব


2. Jr. Peon: 01 টা

বয়সঃ সৰ্বোচ্চ 43 বছৰৰ ভিতৰত হব লাগিব

শৈক্ষিক অৰ্হতাঃ নুন্যতম VIII উত্তীৰ্ণ  হব লাগিব


3. Jr. Cook Cum Bearer: 01 টা

বয়সঃ সৰ্বোচ্চ 43 বছৰৰ ভিতৰত হব লাগিব

শৈক্ষিক অৰ্হতাঃ নুন্যতম VIII উত্তীৰ্ণ  হব লাগিব


4. Asstt. Process Operator: 03 টা

বয়সঃ সৰ্বোচ্চ 38 বছৰৰ ভিতৰত হব লাগিব

শৈক্ষিক অৰ্হতাঃ B.Sc( Chemistry/Physics/Maths) বা Chemical Engg. ডিপ্লমা থাকিব লাগিব


5. Jr. Electrician: 03 টা

বয়সঃ সৰ্বোচ্চ 38 বছৰৰ ভিতৰত হব লাগিব

শৈক্ষিক অৰ্হতাঃ নুন্যতম মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ  আৰু লগতে Electrical Trade Workman permit সহ ডিপ্লমা লাগিব


6. Jr. Technician (Inst.): 04 টা

বয়সঃ সৰ্বোচ্চ 38 বছৰৰ ভিতৰত হব লাগিব

শৈক্ষিক অৰ্হতাঃ নুন্যতম মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ আৰু লগতে Inst./ Electronics & Telecom Trade ডিপ্লমা লাগিব


7. Jr Technician (Fitter): 02 টা

বয়সঃ সৰ্বোচ্চ 38 বছৰৰ ভিতৰত হব লাগিব

শৈক্ষিক অৰ্হতাঃ নুন্যতম মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ  আৰু লগতে Fitter Trade ITI ডিপ্লমা লাগিব


8. Jr Technician (Machinist): 01 টা

বয়সঃ সৰ্বোচ্চ 38 বছৰৰ ভিতৰত হব লাগিব

শৈক্ষিক অৰ্হতাঃ নুন্যতম মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ  আৰু লগতে Machinist Trade ITI ডিপ্লমা লাগিব


9. Jr Technician (Rigger): 01 টা

বয়সঃ সৰ্বোচ্চ 38 বছৰৰ ভিতৰত হব লাগিব

শৈক্ষিক অৰ্হতাঃ নুন্যতম মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ  আৰু লগতে Rigger Trade ITI ডিপ্লমা লাগিব


10. Jr Fireman: 02 টা

বয়সঃ সৰ্বোচ্চ 38 বছৰৰ ভিতৰত হব লাগিব

শৈক্ষিক অৰ্হতাঃ নুন্যতম মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ আৰু লগতে ফায়াৰ ফাইটিঙ প্ৰশিক্ষণ পত্ৰ আৰু শাৰীৰিক দক্ষতাৰ প্ৰমাণপত্ৰ লাগিব

Note: OBC বাবে 3 বছৰ আৰু SC/ST বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

How to Apply:

ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থী সকলে নিৰ্ধাৰিত আবেদন পত্ৰত 19 আগষ্টৰ বায়'ডাটা সহ সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ডাক/কুৰিয়াৰ যোগেদি পঠাব লাগিব।

ঠিকনা:

জেনেৰেল মেনেজাৰ (HR)
অসম পেট্ৰ'কেমিকেল লিমিটেড, নামৰূপ
পো:অ:- পৰ্বতপুৰ
পিন- 786623
ডিব্ৰুগড়, অসম

Important Dates 

আবেদনৰ অন্তিম তাৰিখঃ 19/08/2019

Important Links

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

বিভাগীয় ৱেৱছাইটইয়াত ক্লিক কৰক


N.B.: আবেদন পত্ৰসমূহ বিভাগীয় ৱেৱছাইটত 31 জুলাইৰ পৰা পৰা 19 আগষ্টলৈ উপলব্ধ হব।