অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

20 Aug 2019

বৰপেটা জিলাত 41 টা স্নাতকোত্তৰ শিক্ষকৰ পদ খালী: Barpeta District PGT Recruitment 2019

Barpeta District PGT Recruitment 2019


Barpeta District PGT Recruitment 2019

বৰপেটা জিলাৰ অন্তৰ্গত তলত দিয়া প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত খালী থকা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক এ বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Posts

পদৰ নাম: PGT (স্নাতকোত্তৰ শিক্ষক)

পদৰ সংখ্যা: 41 টা

ইয়াৰে...

  • UR: 0
  • OBC/MOBC: 0
  • SC: 17 টা
  • ST(P): 17 টা
  • ST(H): 04 টা
  • PWD: 03 টা


Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 50% নম্বৰ লৈ সংশ্লিষ্ট বিষয়ত  স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হব লাগিব।
2. কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিএড বা বিটি উত্তীৰ্ণ হব লাগিব, আৰু
3. উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ হব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 22,000 - 87,00 টকা + GP: 11,800 টকা হিচাপত দৰমহা দিয়া হব। লগত অন্যান্য চৰকাৰী বানচ সমূহ।

আবেদন গ্ৰহণ কৰাৰ অন্তিম তাৰিখ: 27/08/2019

How to Apply

ইচ্ছুক অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে নিদিষ্ট আবেদন প্ৰত্ৰত বিদ্যালয় পৰ্যায়ত প্ৰধান শিক্ষক বা অধ্যক্ষৰ কাৰ্যলয়ত আবেদন কৰিব লাগিব। আবেদন প্ৰত্ৰ www.madhyamik.asssm.gov.in ৰ পৰা ডাউনলোড কৰিব লাগিব।

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: Click Here