অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Jul 2019

ট্ৰপিকেল ফৰেষ্ট ৰিছাৰ্ছ ইনষ্টিটিউটত চাকৰি: Tropical Forest Research Institute Recruitment 2019

Tropical Forest Research Institute Recruitment 2019


অন্তিম তাৰিখ : 23/08/2019

Tropical Forest Research Institute Recruitment 2019

ট্ৰপিকেল ফৰেষ্ট ৰিছাৰ্ছ ইনষ্টিটিউটত খালী হোৱা নিম্নোক্ত পদৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Tropical Forest Research Institute Recruitment 2019: Details of Vacancies

মুঠ পদৰ সংখ্যা: 36 টা।

শ্ৰেণী অনুসৰি পদ সমূহ এনেধৰণৰ...

1. Technical Assistant Category II (Field/Lab.): 04 টা [UR-02, SC-01, ST-01]

বয়স : 21 বছৰৰ পৰা 30 বছৰ

শিক্ষা : স্নাতক ডিগ্ৰী (Botany/Zoology/Biology/Forestry subject)

2. Stenographer Gr. II: 02 টা [UR-02]

বয়স : 18 বছৰৰ পৰা 27 বছৰ

শিক্ষা:
a. উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ

b. কম্পিউটাৰৰ প্ৰমাণপত্ৰধাৰী হব লাগিব।

3. Lower Division Clerk (LDC): 10 টা [UR-05, SC-01, ST-02, OBC-02]

বয়স : 18 বছৰৰ পৰা 27 বছৰ

শিক্ষা:
a. উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ

b. কম্পিউটাৰৰ প্ৰমাণপত্ৰধাৰী হব লাগিব।

4. Technician : 3 টা [UR-03]

বয়স : 18 বছৰৰ পৰা 30 বছৰ

শিক্ষা:
a. উচ্চ মাধ্যমিক (Metric) উত্তীৰ্ণ

b. ITI প্ৰমাণপত্ৰধাৰী হব লাগিব।

5. Driver (Ordinary Grade): 2 টা [UR-01, OBC-01]

বয়স : 18 বছৰৰ পৰা 27 বছৰ

শিক্ষা:
a. উচ্চ মাধ্যমিক (Metric) উত্তীৰ্ণ

b. Valid driving license for motor cars.

6. Forest Guard: 2 টা [UR-02]

বয়স : 18 বছৰৰ পৰা 27 বছৰ

শিক্ষা:
a. উচ্চ মাধ্যমিক (Metric) উত্তীৰ্ণ

b. Certificate in Fire Fighting.

7. Multi Tasking Staff (MTS):13 টা [UR-08, EWS-1. OBC-4]

বয়স : 18 বছৰৰ পৰা 27 বছৰ

শিক্ষা: উচ্চ মাধ্যমিক (Metric) উত্তীৰ্ণ

Tropical Forest Research Institute Recruitment 2019: Application Fee 

(i) Uneserved/EWS আৰু OBC পুৰুষ প্ৰাৰ্থীসকলে 500 টকাৰ আবেদন মাচুল দিব লাগিব। (In the form of a crossed demand draft of a Nationalized Bank drawn in favor of “Director, TFRI” payable at “Jabalpur”).

(ii) SC/ST/Divyang/PWD/Female/Ex Servicemen প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

Tropical Forest Research Institute Recruitment 2019: How to apply

ইচ্ছুক প্ৰাৰ্থীসকলে তলৰ ঠিকনাত 23/08/2019 তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন কৰিব লাগিব।

 “To, The Director, Tropical Forest Research Institute,
P.O.-R.F.R.C., Mandla Road,
Jabalpur – 482 021 (M.P.).